পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৪ শঙ্কৰদোৱ । । আমি আমাৰ পিতৃদেৱতা দীননাথ বেজবৰুৱাৰ মুখে শুনিছিলো যে শঙ্কৰদেৱ ছকুৰি বছৰ জীযাই । আছিল। পিতৃদেৱতাই পদ কৰা কদ্রযামাণৰ তাত্তৰ্গত । আচার্য, সংহতি গ্ৰন্থত (শ্ৰীযুত দিবাকৰ শৰ্ম্মা দ্বাৰা প্রকাশিত মূল সংস্কৃতেৰে সৈতে ১৮১৫ শকত ইপ হৈ প্ৰকাশিত হৈছিল; শঙ্কৰা ৪১৪ দিয়া হৈছে । ১৮১৫ শক যদি ৪৪৪ শঙ্কৰাব হয়, তেন্তে শঙ্কৰ যে। ১৩৭১ শকত জন্ম হৈছিল, সেইমে স্পষ্টকৈ ওলায়। কলিকতাৰ পি, এম, বালুচীৰ । পশ্লিকাতো শঙ্কৰাব্দ ৪৬২ { ১৮ ৩৩ শক ) দিয়া আছে । ১৮৩৩ ৪৬২ = ১ '৭১ । কিন্ধ অনিৰুদ্ধ নামে এজনে ৰচনা কৰা শঙ্কৰদেৱৰ চৰিত্ৰত শঙ্কৰৰ জন্ম শক ১৩৮৫ আৰু মৃত্যু - ৪৯০ বুলি লেখি তেওঁ শঙ্কৰদেৱ ১০৫ বছৰ জীয়াই আছিপ বুলি কৈছে।~“বেতি ক্ষণে গুকদের বৈকুণ্ঠক গৈলা । ভাদ্র মাস শুকুলা দ্বিতীয়া তিথি ভৈলা৷ । বৎসৰৰে কথা কহো শুনিযোক তাক । বিন্দু । ন্ধ বেদ চত্র বুজা এই শক ॥৷ অৱতাৰ। শক কহো শুনা মন কৰি। বাণ বস্তু নয়ন চন্দ্ৰমা শক চাৰি ॥। এই শক হন্তে প্ৰয়াণৰ শক পাঠব! । পঞ্চাধিক এক শত বৎসৰক পাইব৷ ।” অনিৰুদ্ধই দিয়। মৃত্যুব শকত অমিল নায়েই ; জম্মৰ শকত হে মাথোন অমিল। । অনিকদ্ধৰ পুথি। ১৯৭৪ শকত ৰচিত—("সিন্ধু। সৈন্ধৱ চক্ৰেদূ", এতেকে ৰামচৰশঠাকুৰৰ অনেক পিছত ॥ সেইদেখি অনিৰুদ্ধৰ কথাতকৈ শকৰদেৱক নিজ চকুৰে দেখা, মাধৱদেৱৰ ভাগিনিয়েক ৰামচৰণৰ কথা বেছি মানিব লগীয়া।