স্বাগশ আধ্যা ।
১৬১
অর্থ এনে হব। নোৱাৰে নে ?—যে শঙ্কৰদেৱ ছকুৰি বছৰ জীয়াই
আাছিল, কিন্ধ তাৰে ভিতৰৰ তেৰ বঙ্গৰ তেওঁৰ শৰীৰ সিমান।
ভাল নাছিল। অ্যাক এটা কথ ' - ৩ বছৰ কম ছকুৰি বোলাটো
স্বাভাবিক নহয় ; কুৰিৰ উই-এক ন। *-প's কম হলেতে ।
সাধাৰণত মানুহে তেনেকৈ কয় পাঁ , ওঁ ৰিৰ ওপৰ পাত
বছৰ পায়েই যে ত কম ছকুৰি ৰছ ব'ব এনেট"মামাৰ
মতেৰে অস্বাভাবিক বেন লাগে। ত, এট' ক খান , -ঘদি মন
মানে কমেই প্রমাণিত হয়, তেন্তে হাতে-লেখাসাচি’ ভীয়া।
পৃথি নকল কৰেহাই ভুণ কবি “এক বৰিষদ” ঠাইত ‘তৰ ।
বৰিষ কৰাটোও 'অসম্ভৱ নহয়।
আমি ভালকৈ জানোঁ, যে ৰাম১ৰণ মকুৰ ৰচিত হাতেলেখা।
আন কেইবাখনো গুৰু চৰিত্ৰত “ড়েন । ১২) বৰিষ মস আযু
ভৈল ছয় কুৰি" বুলি লেখা আছে। ডেৰ মাতিব নোৱাৰি তাৰ
ঠাতত কানে। লেখকে তেব কৰাটে। সম্ভৱ । ছকুৰিৰ ১.
খুব
বছৰ কম হলে মাথোন ছমাহৰ গোলমাল থাকে ।
ৰামচৰণ ৰচিত এখন পুথিত আছে –-“ভাদ্র মাস আসিয়া
দ্বিতীয়া তিথি ভৈলা। সেহি সময়ত গুক নাট্য সবিলা ৷ ডেৰ
১K) বছৰ মন অযু ভৈল ছয় কুখি। প্রভু বৈকুণ্ঠক গৈলা।
নৰনাট এড়ি ।" আন দুখনত লেখিছে -“ভাদ্র মাস শুকুলা
দ্বিতীয়া তিথি ভৈলা। সেহি দিনা শঙ্কৰ বৈকুণ্ঠে চলি গৈলা ॥
বৰিষেক মপ আয়ু ভৈল ছণ কুৰি। তেবেসে চলিল৷ গুৰু যৈকুণ্ঠ
নগৰী ॥*।। এই পুথিৰে এঠাইত আছে ‘আশ্বিন প্রবেশি পাঞ্চ
দিন বহি গৈল। সেহি দিনা শঙ্কৰদেৱৰ জন্ম ভৈল । বৰগোৱাৰ
১১
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৬৩
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
