পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


স্বাগশ আধ্যা । ১৬১ অর্থ এনে হব। নোৱাৰে নে ?—যে শঙ্কৰদেৱ ছকুৰি বছৰ জীয়াই আাছিল, কিন্ধ তাৰে ভিতৰৰ তেৰ বঙ্গৰ তেওঁৰ শৰীৰ সিমান। ভাল নাছিল। অ্যাক এটা কথ ' - ৩ বছৰ কম ছকুৰি বোলাটো স্বাভাবিক নহয় ; কুৰিৰ উই-এক ন। *-প's কম হলেতে । সাধাৰণত মানুহে তেনেকৈ কয় পাঁ , ওঁ ৰিৰ ওপৰ পাত বছৰ পায়েই যে ত কম ছকুৰি ৰছ ব'ব এনেট"মামাৰ মতেৰে অস্বাভাবিক বেন লাগে। ত, এট' ক খান , -ঘদি মন মানে কমেই প্রমাণিত হয়, তেন্তে হাতে-লেখাসাচি’ ভীয়া। পৃথি নকল কৰেহাই ভুণ কবি “এক বৰিষদ” ঠাইত ‘তৰ । বৰিষ কৰাটোও 'অসম্ভৱ নহয়। আমি ভালকৈ জানোঁ, যে ৰাম১ৰণ মকুৰ ৰচিত হাতেলেখা। আন কেইবাখনো গুৰু চৰিত্ৰত “ড়েন । ১২) বৰিষ মস আযু ভৈল ছয় কুৰি" বুলি লেখা আছে। ডেৰ মাতিব নোৱাৰি তাৰ ঠাতত কানে। লেখকে তেব কৰাটে। সম্ভৱ । ছকুৰিৰ ১. খুব বছৰ কম হলে মাথোন ছমাহৰ গোলমাল থাকে । ৰামচৰণ ৰচিত এখন পুথিত আছে –-“ভাদ্র মাস আসিয়া দ্বিতীয়া তিথি ভৈলা। সেহি সময়ত গুক নাট্য সবিলা ৷ ডেৰ ১K) বছৰ মন অযু ভৈল ছয় কুখি। প্রভু বৈকুণ্ঠক গৈলা। নৰনাট এড়ি ।" আন দুখনত লেখিছে -“ভাদ্র মাস শুকুলা দ্বিতীয়া তিথি ভৈলা। সেহি দিনা শঙ্কৰ বৈকুণ্ঠে চলি গৈলা ॥ বৰিষেক মপ আয়ু ভৈল ছণ কুৰি। তেবেসে চলিল৷ গুৰু যৈকুণ্ঠ নগৰী ॥*।। এই পুথিৰে এঠাইত আছে ‘আশ্বিন প্রবেশি পাঞ্চ দিন বহি গৈল। সেহি দিনা শঙ্কৰদেৱৰ জন্ম ভৈল । বৰগোৱাৰ ১১