পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দশম আধ্য। প্ৰত্নাকৰ ।--শহুৰদেৱ পুৰাণ ভাগত আদি শাস্ত্ৰৰপৰা বাছি । বাছি সাৰ শোকবোৰ উদ্ধাৰ কৰি এই ৰত্নাকৰ নামে শান্য কৰিছিল।

  • অনস্তবে দেৱ মাধৱে বোলন্ত ৰত্নাকণ এবগান পুৰাণৰ লোক

তুলি কৰিলন্ত শঙ্কৰদেৱে নিৰ্মাণ -(দৈত্যাদি । কিন্তু সি সস্থত ৰত্নাৱলী গ্ৰন্থ পোৱাৰ আগেযেই। পিছত তেওঁ ৰত্নাৱলী পাট কৈছিল যে ৰত্নাৱলীখন যদি মাগেয়ে পালেহেতেন । তেন্তে ইমান পৰিশ্ৰম কৰি ৰশ্লাকৰ নকৰিলে (হেতেন।

  • তৰশ্চন্দ্ৰ উপাখ্যান' । -পুথিঃ ন শব্দমনেৰে প্ৰথমতে কৰিছিল।

সম্ভৱতঃত তেওঁৰ কীৰ্ত্তনশেষ পুথির ও আগেয়ে বচিত। এই পিৰ বিষাদ এটা কথা গুৰুচৰিত্ৰ পুথিত আছে --শষৰদের পাটৰ 'উৰ্দাত থাকৈ হে , গোপাল মানে তে ভকত শ্ৰেেৈন। সদায় হৰিশ্চক উপাখ্যান পুথিৰ পদ গাই চাউল মাগি খুৰে। মাম্বহে সেই পদ শুনি সগোষ পাঠ শে । পালক সৰহকৈ ভিক্ষা দিয়ে আৰু "মানবোৰ ভকতে সিমান ভিক্ষ নাপায । ! এনে দেখি শঙ্কৰদেৱে এদিন গোপালক তাৰ কাৰণ সোধাত গোপালে কলে যে হৰিশ্চত্ৰখ পদ গাই শুনাই ভিক্ষা মাগিলে মাছুতে সন্তোষ পাই তেওঁক সৰহকৈ ভিক্ষা দিয়ে। । শঙ্কৰদেৱে এই কথা শুনি আক্ষেপ কৰি কৈছিল ‘ভকতিৰ চাৰি খুটি মাৰি প্ৰথমে কৰা শাস্ত্ৰখানি ভিক্ষক হল ।”