পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৮ শঙ্কৰদেৱ । গুকৰ এই উপদেশ । বলিয়ে মুগুনিলে ; আৰু মুঙনি তেওঁ তজু ৰ জোখেৰে সত্যৰ মান কহি কেনে উয়ৰ দিলে চোৱা— কিন্তু দান দিবো বুলি, তিল কুশ লৈলো হাত তুলি, সভাত কৰিলে। অঙ্গীকার । বিত্তৰ লোভত থাকি, বিমুথে পাঠাইবে। ডাকি, ব্ৰাহ্মণক কোন ব্যৱহাৰ । মই প্ৰহলাদৰ নাতি, ইয়া জীবে৷ মিছা মাতি, তেবে েন 'উচিত হবে মোৰ। অনাহবো বংশৰ নাম, কৰি গৰিহিত কাম, ঢেটন জুৰ; যেন চোৰ ॥ অসতাত পৰে পা , নাহি নাহি জানা বাপ, আপুনি কহিলা বস্নমতাঁ সবাকে । সহিবে পাৰে, "মসত্যবাদাত হানে। তাৰ ভৰে যাওঁ অধোগতি। নৰকত হোক বাপ, মৃতৃকো নকৰে ণ , ৰাজ। শ্ৰ সবে হোক নষ্ট । ইসে মে'গ্ৰ হৃদি খেদ, যেন দেৰি আশ ছেদ, ব্ৰ'ঙ্কণৰ হয় মনকষ্ট ॥" কি সুন্দৰ তেজস্থা স্বচন। কি 'আমণ । সতা 1 এই পুথিৰ ভণিতা ¢ আমাৰ শঙ্কৰদেৱে উপদেশ দিছে। “হেন জ।নি নৰলোক, পৰ হিংসা এবয়োক, অবিলম্বে মপোনাতে পায় ॥ যত দেখ ! তৃত প্রাণী, সবে বিষ্ণু হেন জামি, হিংসা এৰি কৰ। উপকাৰ !” কি উমাৰ জ্ঞালোপনে । বামনে তিনি পদ ভূমি দান লৈ তপদ থবলে মা পাহ, তৃতায় পদলৈ ঠাই নাপাষ্ট বণিক নাগপাশেৰে বন্ধাত কদৰ্থনা কৰিলে - “মাগ দিবে। বুলি ঘিটে। পাছে নেদে দান । ছঘোৰ ৰৌৰৱ নৰকত হোৰে স্থ'ন ॥ আগে দিবো বুলি কেনে কৈণি মঙ্গাকাৰ ॥ অসত্যধাদাৰ তোৰ জীবন নিস্ফল।” ইয়াৰ উঘৰত বলিৰ 'ক অতি ওখ খাপৰ তেজা উত্তৰ :-–“ত্ৰৈলোকৰ লক্ষ্মা ।