নবম আধ্যা ।
১৩
অৰণ্যত থাকি মুগুচয় ভয় ॥ মাত জানো পায় অ্যাসি লনৱ
অশিষ্ট । একো থানে মুলুকায় দেৱতাৰ পিাথ আচম্বিতে
যদিবা দেথয় মূঢ৷ গছ। দৈত্য বুলি পলাৱে নচ। হে আগ পাছ ।
পক্ষী যেবে উৰয় তাহাতে প্র।ণ তৰৈ । সপে'নতো সুখ নাহি দৈত্য
আনি ধৰৈ ॥ না মাতন্ত ডৰে কথা কহ ঠৰে ঠাৰে। ৷ ৰাত্ৰি
ভৈলে বজাই ফুৰন্ত যেন চোৰে ॥হস্ত ব্রগYি ! কতে৷ সন্ন্যাসী
তপদী। ভিক্ষ। মাগি ফুপ্ত নগৰ গ্ৰাস পশি ॥ তৈত সখ ।
নেদেখত নাথাকয় থিৰে । কোন তুমি বোলৎস্ত শৱৰ দেও লিৰে ।
চোৰ চোৰ বুলি নগৰীয়া পাৰৈ গেৰি। পশই ত্ৰিদশে ফুলি
বোকণ্ডিক এৰি ও হৰি হৰি আশে পলাইবাৰ পুৰা নাই । খাৰতো
পয় যেন দেৱৰ বিলায় ॥ মাসেকতো কাৰে। তার এৰে নাহি
ভে°ট। শুখাই গৈল শৰীৰ শঙত লগে পেট ॥ জঙ্কা মাত্ৰ আছে ।
কথমপি জীৱৈ প্ৰাণ । দিনগোট যায় এক যুগৰ সমান। ধূলি।
ধূসৰিত তস্থ প্ৰেতৰ আকাৰ । কহন নযায় আৰ দেৱৰ বিকাৰ ।
পুতেকহঁতৰ দুখৰ কথা শুনি । অদিতিয়ে বিলাপ কবিছে:
"পুপ্ৰশোকে ঝমক দেখন্ত দেৱ মাৱ। । কৰন্ত ক্ৰন্দন দেবী অতি
দখ ৰাৱ ৷ হা পুস্ত্ৰগণ ভৈল হেনসে অৱস্থ। । প্ৰাণ ফুটে
তোমাসাৰ শুনি জ:থ কথা ॥। উপজিলি পুতাট এন্থি নিকাৰক
লাগি । কতনো ফুৰিবি পৃথিবীত ভিক্ষা মাগি । মই পাপিনীৰ ।
কিনো অভাগ্য কপাল । ত্ৰদশ দেৱৰ আৰ । নেদেখিলে ।
ভাল । দশ দিগপাল একেবাৰে অন্ত গৈল । । তবে দিতি সতিনীৰ।
মন ৰঙ্গ ভৈল ॥ হৰি হৰি ইজ হাৰিয়াসৰ পূ তাষ্ট । কোন বিধি
তোৰ হেন কৰিল বিলাই । যাৰ নিদ্ৰা নাগে তুলী সুবর্ণ খাটত ।
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৩৭
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
