পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৩৪ শঙ্কৰদেৱ মাৰ ভিতৰে । যাত বায়ু পশিলে অমৰ হোৱে নৰে॥ তাহাৰ মুখত ঢাকি আছে কুণ্ডলিনী । মায়াৰ শকতি যেন দেখিয়া সপিণী ॥ শঙ্কৰদেৱ যোগশাস্ত্ৰত কেনে পাৰদৰ্শী আছিল, আমি এই গ্ৰন্তৰ মাগডেথৰত কৈ আহিছে । ওপৰৰ এ সংক্ষেপ বর্ণনাতে। । তাৰ প্রমাণ পোৱা যায় । = ০ , + B০ -•e— — নবম তাধ্য। । । বলিছলন । শ্ৰীমদ্ভাগৱত অষ্টম স্বৰ্ষৰ অস্বৰ্গত । বলিছলন অষ্টম স্কন্ধৰ সাৰ বুলিব লাগে। । শঙ্কৰদেৱে ও কৈছে “অষ্টম স্কন্ধৰ সাৰ বলিক ছলন " শঙ্কৰদেৱে তেওঁৰ বলিছলন পুথিত ভাগৱতৰ কথাৰে ৰাঘল-পুৰাণৰ পৰা কিছু কথা মানি মিছলা ৰচনা কৰিছে বুলি কৈছে, —-“ভাগৱ: কথা ইটে। অমৃত সাক্ষাত। বামন পুৰাণ কচু, মিশ্র দিলে। তাত ॥” শস্কনদেৱৰ প্ৰচিত। ভাগৱতৰ আনবোৰ স্কন্ধৰ ৰচনা আদিৰ সম্পৰ্কে থি কোর গৈছে, এই পুথিৰ সম্পৰ্কেও সেই কথাই খাটে। এই পুথিৰপৰা । আমি দুই চাৰি ডোখৰ ইয়াত তুলি দিওঁ,—-বলিৰ ভয়ত ইদ্রাদি দেৱতাসকল পলাই বিজুবনত আছিলগৈ। , তাতে তেওঁলোক কেনে ভয়ভীত হৈ আছিল, সেই বর্ণন৷ চোৱ! —"আলোচি পশিল, গৈয়া বজুবন মাজে । কটক শারটে আবে বেক বেতৰয় । । চেন