পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৩০ শঙ্কৰদেৱ । । লাগিছে মনত ॥ তাকে বুলি জীৱ মন এবে ভিন্ন মুই। একপিণ্ড ভৈল যেবে লোহা অ িদুই ।। মনে পুখ পাইলে জীৱে বোলে। মই পাওঁ, মনে যৈকে যাৱে জীৱে বোলে মই বাওঁ ॥ মনে। যিবা কৰে জাৱে বোলে মই কৰে । মনৰ মৰণে জীৱে ৰোলে। মই মৰে ] ॥ যেন সূৰ্য্য বিষ লাবে জলৰ লগত । জল স্থিল। ভৈলে বিশ্ব থাকে পূৰ্ব্বৱত । মনৰ কৰ্ম্মক ঘিটে মোৰ বুলি। মানে। কৰ্ম্মপাশে বনী জীৱ এৰি । মদপান । আত্মাৰ প্রসঙ্গে ম• একে অচেতন । ধনতে আছে ইটে। চৈধ্যয় ভুবন ॥ মনে পাপ মনে পুণ্য মনে সে নৰক * । মনেসে কৰিডে ভেদ আপোন পৰক ।। যতেক তন্দ্ৰিয়গণ মনৰ অধীন। মনেৰেসে আজ্ঞা পালি থাকে ৰাত্ৰি দিন । মনে উপঞ্চয় জানা মান সে মৰণ । মনুষ্যৰ মনে যে 'ক্ষ বন্ধৰ কব॥ ঘ দেখ দেহ ধন্ম মনৰ প্রবন্ধ । তাৰে বন* থাকে ড্ৰায়ে নেৰয় কৰ্ম্মবন্ধ” । , যৎসং৬াৰক কদ ৰূপৰ কি ভীষণ ‘চত্র -"যেবে গৈল একক বৱিধ ব্ৰহ্মাৰ। কদ্রব্ধ। কলে হৰে €গত সংহাৰ ॥। অধে। উদ্ধে শৰীৰত নেদেশ প্ৰমাণ। ভ্ৰকুটি কুটিল মপ দেখি চৰে। প্ৰাণ ॥ আউল জাউল জটাজ, ট হাতত ত্রিশুল ঘোৰ মূৰ্ত্তি ধৰি কৰে প্রগাক নিৰ্ম্মল ॥। কিল কিল কৰি হাসে লৰে মুণ্ডমাল। পৰ্ব্বতৰ শুঙ্গ বেন দত্ত ছইপালি । সহস্র সহS প্রজা মুখে ধৰি ড'টি । মৰমৰি মুণ্ড চোবাৱ দান্তে আতি। জঙ্কাৰ মাথ স্বৰ্গশ্বাসী যায় পূৰ। চৰণৰ প্ৰহাৰে পৰ্ব্বত হোৱে চূৰ ॥

  • '1 here 1s nothng either good or bad but thunking

mats 1t so :.. —Shakespeare .