পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তাতে কিছুদিন থাকি পলাই গলত, গোঁৰেশ্বৰে জানিব পাৰি তেওঁক ধৰাই বন্দী কৰি আকোঁ কমতেশ্বৰৰ ওচৰলৈ পঠিয়াই দিলে, আৰু কমতেশ্বৰে চণ্ডীবৰক সেই দোষত পোতাশালত বন্দী কৰি থৈ দিলে। কিছু কালৰ মূৰত কমতেশ্বৰৰ নগৰলৈ এজন পণ্ডিত বাদ কৰিবলৈ আহিলত, সেই পণ্ডিতেৰে সৈতে সমানে বাদ কৰিব পৰা কোনো পণ্ডিত ৰজাৰ ৰাজ্যত নথকাত, ৰজাই চণ্ডীবৰক বন্দীশালৰপৰা মোকোলাই তানি পণ্ডিতেৰ সৈতে বাদ কৰিবলৈ দিলত, চণ্ডীৰে বাদত পণ্ডিতক হৰুৱালে। এই কাৰ্য্যত বজাই বৰ সন্তুষ্ট হৈ চণ্ডীবৰক আদৰ সন্মান কবি তেওঁৰ চণ্ডীবৰ নাম সলাই দেবীদাস নাম আৰু ধন-বস্তু মাটি-বাৰী দি শিৰোমণি ভূষ। পাতি ৰাখিলে । তেওঁ লেঙামাগুৰিত কিছুদিন থাকি তাৰপৰা উজাই অাহি টোনি বৰদোৱাত ঘৰবাৰী পাতি ৰলগৈ । … দ্বিতীয়ভাগ ‘জোনাকীত” (শাঁক ১৮১১-১২) শঙ্কৰদেৱ প্ৰবন্ধত এই বৃত্তান্ত এইদৰে লেখিছে : -

  • লণ্ডাদেৱ নামে একজন আছিল ।

চণ্ডিযৰে ৰাজ সেৱা বিন্দৰ কৰিল । দেখিদাসে ধাইলন্ত টেন্ধুৱানি বন্ধে । কৰা সেৱা লাভনাৰাৰণ নৃপতিৰ । ঙ্গে পণ্ডি দেীদাস অাছিলন্ত । নী মাৰ্নী শাম্মদ, শান্ত ভ্ৰময় । সুৰ্য্যৰ পুত্ৰ ভৈল কুসুম নামত ।— শঙ্কৰৰ ৰত্ন পুত্ৰক লভিলন্ত । চৰি নামে তান তন ভৈলন্ত । দুল্লভনাৰায়ণে দেৰিদাস নাম দিল । বৰদোৱা নামে গ্ৰাম পৰম প্ৰৱণে । দাতা ভোজী জাতা বীৰ গীন গম্ভীৰ । ৰাজধৰ নাম তান তমল্প ভৈলন্ত । ভৈল তিনিজন জানা তাহাৰ তনয় । তিনিয়ো পণ্ডিত গুণৱন্ত অনুপাম । সেহি বেলা কুসুমৰ পুত্ৰ উপজিল । এতেকে শঙ্কৰৰ নাম খৈলন্ত ”— লৈঙ্কাৰি