পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সপ্তম আধ্য। ১ ২৩ সাধাত্মিক ভাবৰ বর্ণনা। এত বর্ণনা পটি সাধাৰণ লোকে তাৰ হ৷ স্থি-উঠা ফালৰ সোৱাদ লৈ আনক্ষ পাৱ, কথা দকৈ গমি চোৱা পfিওত ভক্তসকলে গতীৰ দাৰ্শনিক তত্ত্বৰ ফালৰ সম্ভেদ পাই আনন্দ অনুভৱ কৰে । কহ্মিণীহৰণ পুথিতো শঙ্কৰদেৱে তেওঁৰ নিজৰ বংশৰ পৰি, দিছে—“টেমুনীস বন্ধে, বসাইলা প্ৰবন্ধে, বকদ না নামে গ্রাম। হল ভনাৰায়eে, যাক বছ মানে , দিলা দেবীদাস নাগ । তাহাৰ সমৃতি, মহা ধনতি, ৰাজধৰ নাম ঘাৰ । তান উৈশ্বৰ, ভৈল, সুগাবৰ. কায়স্থ কুল উদ্ধাৰ । । ব্রাহ্মণ সজ্জনে, প্রাথি মাশা মনে, কন্ত স্বাক উপাসি যাৰ । কীৰ্ত্তিচয়, স্থা"ি ও অময়, মহা মন্দা শৰাশি ।। তাহান ইনম্ব, মইঃ । ভৈনয়. প্রসিদ্ধ কুলুম নাম । সব কম যত, সবাতো পাগতগুণতে৷ । নাকি উপাম ॥ ভৌমিকতে pভামণ মহা বৰ। ন েও কেহেঁ৷ আজ্ঞাক বংশতে প্রখ্যাত । ন্ধ সাক্ষাত, জগতে বখানে থাক ॥ । তাহান সন্ততি, আতি শমতি, শঙ্কা ৰ ভণে পৱাৰ পণ্ডিত লেকক, কৰযোৰ কৰে । ক্ষমি ও দোষ আমাৰ । কম্মিণাহথ পৃথিখন যে শঙ্কৰে তেওঁৰ ডেকাকাত ৰচনা। কৰিছিল এইটো ওপৰৰ পদৰপৰ। টপ অং ভাব পোৱা যায়, মাক তেওঁ বৰপোৰ বেলগুৰি আদি ঠাই এৰি ভাটীলৈ অহাৰ আগেয়েই যে এইটো ও বুলিব পাৰি। পুথিত ৰসাণ ৰচনা আৰু নিভজি সমীয়া কথাৰ বাহুল্য প্রয়োগে ও সেই কথাৰ সাক্ষী দিয়ে অসমীয়াৰ মাজত এই পুথিৰ দ্বাৰাই, হৰিম্বংশত থকা কৃষ্ণ-কথ কাব্যময় মনোজভাৱে বহলকৈ প্ৰচাৰ কৰাই তেওঁৰ ঘাই উদেৱ ।