পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম অাধা । ১১৯ ফুটি, পিঠিত বঙ্গাইল গোটে । ভৈল অচেতন, তীৰ্থক নন্দন, মাধৱৰ শৰ চোটে । ক্ষণেকে সাষ্টম, হুয়া যম সব খঙ্গে কল্পি বীৰ ৰাগি। অতি তীতৰ, কুৰিপাট শৰ, হানিল কৃষ্ণক লাগি ॥ তাকো নারায়ণে, অসংখ্যাত বাণে, কাটিল তিলত চোটে । মু কৰি ডাট, ভল্ল তিনি পাচ, ৰিজিলা তাৰ সলাটে ৬ কগাল ফুটিয়া, বোম্বালে তাহাৰ, বহি ঘায় তেজ ধাৰ । প্রকাশে কুমার বসন্ত কালৰ, পূপিত হেন মন্দাৰ ॥ শৰ ঘাৱ পহ, হুগুণে কিটাই কৰিয়া কাহ্ম অস্ফোট ॥ ধন্থ এৰি পাছে, তুলি আলগাইলা, ভয়ঙ্কৰ গদাগোট ।। মাথাৰ ওপৰে, তুলি সাত পাক, হানিলা । শাৱৰ বলে । ভরৰ গদ), কৃষ্ণক লাগিয়াবিম্বাদ শবদে চলে । হৰি ও হানিলা, কৌমুদকী গদশ, টাকাশ ছাস পৰিল । । পুরূিৰ 2ক, চীক্লত কৰি, ক্লঞ্চৰ ত৩ে চৰিল ॥ দেখিয়া কুমাৰে, শক্তি পুৰি কৰে, দুমাহ পঠাইলেক ক্ষেপি বা দেদীপ্যমান, দগ্নি যেন ঠানা, চলিল গগণ ব্যাপি ৷ তাকো স্ৰ শবে, দেৱ দামোদৰে৷ পথতে পেলাইল কাটি । আতি তীক্ল তৎ, যাঠি গোটা শৰ, প্ৰহাৰি পঠাইলা ডাটি । কল্পিৰ হিয়াত, পৰি দশ শৰ, পুষমানে লৈ তল । । নাকি ঐতি ক্লান, মৃতক সমান, কুমাৰ ভৈল বিহল । কৰি ঋৰি বধে, . পৰি মুচ্ছা গৈাল, সাৰথি অ্যাকগি তাক । আতি মহা ক্রতে, ৰথখান টানি ডাকিল৷ চাৰি ঘোণাক ॥ কতো দূৰ মানে, নিলা পমুৱাই, কুমাৰক ৰক্ষণ কৰি " ইয়াৰ অলপ বেলিৰ পিছত কম্মিয়ে চেতনা পাই তেওঁক যুজৰপৰা পলুৱাই অনা বাৰে সাৰথিক কদৰ্থন কবি, উভতি আহি আকৌ খুজিবগৈ কৃষ্ণৰ সমুখ হল। "কল্পিও সমুখ ভৈলা প্ৰভু ধৰি