১১৮
শঙ্কৰদেৱ ।
কম্মিণীক মেলাই যেবে নকৰাঁ। উদ্ধাৰ ।। নপশিবো কুণ্ডিন ও ।
মোৰ অঙ্গীকাৰা৷ ”
ঠয়াৰ কুঞ্চৰ চোক৷ । উত্তৰ গুনা, -*হেন শুনি হৰি, হাসিয়া
বোলহ, গুন আৰে কমি । চও। গুৰু গেীৰৱক, একো নমানস,
তই ভৈলি যেন যাও। । পিতৃত মাতৃত তোৰ মাষ্ঠ নাহ, কাহাকো
নামান আউৰ । মুখ চাই চাই, কতেক ৰক্টস, ঠোট কট৷ যেন
কাউৰ ॥ তোৰ নিদ। বাণী আমাক নপাৱে ; শুন”দুৰাচাৰ
ৰাম ।। যতেক কুকবে, কামোৰ মাৰম্ব, তথাপি আছুৰ নাম ।
মোক গালি পাৰি. কোন যশ পাঞ্জাব, দেথ গুণি চান্ত চিত্তে
মাতেসে আগাল, যুদ্ধত পাগল, জানিলোঁ। তোক হঙ্গিতে । যিটো ।
মহাবীৰ, স্বভাৱে গম্ভীৰ, হ’তৰে লপলপারে । কৈত শুনি আছ
গালৰ ঠানে, সিংহে ঘনে ঘনে ৰাৱে ॥".
শঙ্কৰদেৱৰ লেধনাৰপৰ কেনে জলত ভরে যুদ্ধ বর্ণনা ওলায়
চোৱা তলত দখা কল্পি আক কৃষ্ণৰ বুজৰ বৰ্ণনা পটিনে,
সেহ বুজ চকুৰ আগতে দেখি থকা যেন লাগে ।- "এহি বুলি
হৰি, শাৰঙ্গ ক ধৰি, বৰিষিলা শৰ আতি । ঢাকিল আকাশ
র্থ্যৰ প্রকাশ মাহি, যেন ভৈল ৰাতি ৷ দেখিল্য কমৰে, মাধৱৰ।
শৰে, দিনতে ভৈল আন্ধাৰ । । ক্ৰোধে ধহু ভিৰি, বায়ু বাণ ।
খুৰি, কৰিলা বীৰে প্ৰহাৰ ॥৷ মাধৱৰ বাণ, তুলা যেন ঠাম, উকৱা ’
বাথু বাণে ॥ সাৰথি ৰথক, ঘোৰাৰ ধজক, বিন্ধিলেক বৰ
টানে ॥দেখিলা ধমক, চাৰিও ঘোটক, নাককে ৰিঙ্গতি ভৈলা ।
বত্ৰ সম দাত, শখ দশপাট, ধনুত চৰাই বা অ্যানি। টনি কৰ্ণমানে,
সুদৃঢ় সন্ধানে, প্ৰহাৰিলা চক্ৰপাণি ॥ দশো শৰ চুটি, শৰীৰ!
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১২০
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
