পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১১৬ শঙ্কৰদেৱ । । একো নাই ঋধিসিধি । ॥ বামুণৰ অৱস্থা দেখি কৃষ্ণই “অ্যাথেযেথে । সাবটি ধৰিল। আঙ্কোৱালি ॥ দেখিয় দাককে বাঘজৰীক আঘূৰি । ৰাখিলন্ত ৰথক থোৰাৰ মুধ মুৰি । নলৰয় পেট হৰি হাত । বুলাই চাইল। ফুকন্তে ফুকতে কথমপি ধাতু আইল ॥ ব্ৰাহ্মণৰ শিৰে ধৰি ঢালিলও পানী । ঢিমিকি ঢিমিকি মাত্ৰ লবে ধাতুথানি ॥ থিৰ হোৱ৷ বেদনিধি দৃঢ় ক' চিত ।" এই বলি কুঞ্চা৯ অনেককৈ বামুণক মাতিলত, বামুণ অলপ &ান পালে , কিন্তু তেতিয়া ও তেওঁৰ মূৰ ফুৰণি যোৱা না , গতিকে তেওঁ চকু নেমেলাকৈ বলিয়ালি উত্তৰ দিলে —‘মিচিনোহেঁ। তোমাক ভূমিব {কোন জন । কৈৰ হন্তে আসি আছে। কোণেৰ ব্ৰাহ্মণ । কে: নে প{< অকেঁ কি কাৰণে আসি ।" যি হওক শেহত বামুণে ভালকৈ জ্ঞান পালে, আৰু এই যাত্ৰা শৈ তেওঁ ৰক্ষা পৰিল । হেন গুন বেদনিধি কিছু অতি পাইলা৷ । ধীৰে ধীৰে ম্যধরক চক্ষু মেলি চাৰ্চলা। কৃষ্ণক বোপত্ত গোসা হ । লাগিল চমক সৰু খনিতেকে গৈয়? দেখোহে। বম ক । ৰথৰ এমুৱা বেগ নতু দেখি শুনি এৰাগলে ? প্ৰসাদ শাজি তোমাৰেসে , গুণি ॥ আউৰ জ্ঞানো হেন বেগ ধৰয় সাকক। অত্যাপি • তৰতৰি কাম্পে মোৰ বুক । ” এই কথা শুনি যাককে ৰথ গা!ে । লগতে ডকিবলৈ ধবিলে। এষ্ঠ বৃত্তান্তটো কেনে কৌতুকপূৰ্ণ । সদায় খোজ কাঢ়ি ফুৰা আাক টানি-মানি হয় তে৷ কোনোব-কাচিৎ ভোৰোণীয়া ৰথত (fঠকাগাড়ীত) উঠ। বামুণে কৃষ্ণৰ ঘৰুৱা প্রথ: শ্ৰেণাৰ ৰথত (চৌধুৰীৰে Private carriage! উটি যে এনে বিপঃত নপৰিব তাত জাচৰিত কি ?