পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১১৪ শঙ্কৰদেৱ । প্রবেশ দিবৰ মনেৰে তায়েক কৃষ্ণক কেনেকৈ বকিছে । ‘কল্পিণাৰ তাপ দেখি বলো সকৰুণ । কৃষ্ণক বোলন্ত তুলি কিনো নিদাৰুণ । কিসক কৰিল। কুটুম্বৰ মৰ্মভেদ । কোন কাৰ্য্যে দিয়া বোৱাৰীক হৃদি খেদ ॥। আনে পিন্ধাৱয় আনি চন্দন কুঙ্কম । তুমি চুণে চুইল' নৱ সম্বন্ধী৷ কুটুম । ইহাৰ অৱস্থ| দেখি মনে লাগে টুথ । কেন মতে বহাৰীৰ চাহিবাহ। মুখ ॥ কম্মিক কৰিলা এতমান বছ শাস্তি। হেনসে নিয় ভৈল৷ দৈনী কুখিয়াতি । ” কসক। এইদৰে বকি তেওঁ কস্মিনীক প্ৰবোধ দি কলে“এৰা মনকট শোক নকৰিব। সতি । ক্ষত্ৰী জাতি ভৈলে হোৱে eেন ব্যৱহাৰ । বিবাদ লাগিলে ভাই তাই চিন্তে মাৰ । দাৰুণ ক্ষয়ুি ৮াতি। {হমাস অবোধ । সংগ্রাম লাগিলে পিত৷ পুঞ্জে কৰে যুধ । হেন জানি মাৱ তুমি নকৰিব মৰ্ম্ম ॥ ন স্মি ও নেৰে কবলৰ। আশ । মন্দ কাৰ্য্য কৰিয়আপুনি হোৱে নাশ ॥ তাৰ কোন হানি হোরে কিয় আসে ধাই । উদয়াৰ বাওে যেন মৰে মাটি । খাট ॥ ইহাৰ নকাচে) দোষ বিধিৰ বিপাক । কোনে এৰাইবাক পাৰে ৰিধি লিখিতাক । হেনয় লাহন তৈৰ কৃষ্ণৰ হাতত । লিখিলে বিধাতা তৈবে আৰ কপালত ৷” কেনে সুন্দৰ বুজনি ! আক কেনে চেনেহৰ মাতেৰে দিয়া । কৃঞ্চ যেতিয়া কম্মিণীৰে সৈতে দ্বাৰকাৰ ঘৰ সোমালগৈ মাৰু দৈবকীয়ে "সধৱ হনৰী নাৰীগণ গৈাগা সঙ্গে । পুত্ৰ খহাৰীক আগ বাঢ়ি গৈলা ৰঙ্গে। মাতৃক দেথিৱ হৰি যান্ত ধীৰে ধীৰে । কম্নিলিী সহিতে প্ৰণামিলা জাছশিৰে । চিৰজীৱ হোৱা বুলি মাশী সিলা৷ সতী } কক্সিপী বংগৰীয়েৰে হোক নবসতি। করিমগীক