১১২
শঙ্কৰদেৱ ।
শিশুপাল । মোৰ মনে তেবেতো জীৱন ভৈল ভাল । তাহৰেসে।
মুথে মোক বিহাইবাক পাৱে । সিংহৰ ভাৰ্য্যাক যেন শৃগালেদে।
ধাৱে। ॥ (অর্থাৎ মোক বিয়া কৰোতা তাৰ মুখখন চাওঁ ; সিংহৰ
ভাৰ্যnক শিয়ালে নিবলৈ আহিছে !) চক্ৰক ধৰিবে খোজে শিশু
হাত তুলি। অমৃতক বাছে যেন চুকৰ ভেকুলি ॥ন সেই মতে
আশা শিশুপাল নৃপতিৰ । তাৰ মুথে স্বামী হৈলে পাৱ ৰুক্সিণাৰ ॥
ত্ৰৈলোকাৰ নাথ মাধৱক এৰি যাই । কোনে শিশুপালক বৰিব ।
চক্ষু যাই | সিংহ এৰি শৃগালক ভজে কোন প্রাণী । ভঞ্চ এৰি
কোনজনে থায় খাৰপাল ॥*
ককায়েক ক খঙত এনেকৈ মালি পৰা কণিায়েও, স্বদ্ধত
যেতিয়া কৃষ্ণই ৰুক্সিক হৰুৱাই কাটিবলৈ যা ডাঙ্গি লৈছিল, তেতিয়া
কেনেকৈ নিৰ চকুৰ লোৰে গ। তিয়াই ৰিছাৰ মাচল
পাতি ককায়েকৰ প্ৰাণ । ভিক্ষণ কৰি স্বৰ্গীয় প্রাতৃস্নেহ দেখুৱাই
জগতক বিমোহি কৰিছিল ! সেই স্বৰ্গীয় গ্য: প্ৰাণত
শাতল শাfও দান কৰে7— ‘হ্মথেবেথে মাধৱৰ চৰণত ধৰি ।
অনেক কাতৰ কৰি মাগন্ত ভুন্দৰী। ৰাখা ৰাখা প্ৰভু আৰ
নলৈয়োক প্ৰাণ। । অঞ্চল পাতিয়া আবে মাগে ভ্রাতৃদান ॥ তোমাৰ
আগত ইটো যেন ক্ষুদ্র মশ । এছাক কাটিলে হৰি হৈবে কোন
যশ ॥ তোমাক বিৰোধ কৰি খাইলে নুই আখি । । মৰিবাক ।
লাগিয়া হাতীক যুজে মাখি ॥ সিংহক জোকাৱে যেন ক্ষুদ্ৰ মৃগ হুট।
দোষক চাহাকে ৰাখিবাক যোগ্য দুই { তথাপিতে। মোক চান্তে
কৰিয়োক ৰক্ষা । যত লাগে জানো মতে । কৰিয়োক কক্ষ ॥
যিহোক সিহোক যোৰ হৱে জ্যেষ্ঠ ভাই। ইহাক কাটতে কোন
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১১৪
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
