সপ্তম আধ্যা।
১ ১১
।”
নিৰ্বিঘিনিয়ে সিদ্ধি হব।--“আনে যেনে নজানয়, গোপা কৰি যাইবা।
গুৰু কথা যেন নোহয় প্ৰচাৰ ৷” বামুণে উত্তৰ দিলে 'মোক
শিকাইবাক নলাগয় ই কাৰ্য্যে, আপুনি মই ডাঠ ।” দ্বাৰকালৈ গৈ
রুদ্ধক সাঁচাকৈয়ে তেওঁ কস্মিণীয়ে কোৱা মতে সকলো কথা কলে,
আক কম্মিণায়ে কোৱা মতেই ‘কহিলন্ত বেদনিধি তাতো । দশ
গুণ কঙ্কিণী ঈমাম বুদ্ধিমতী ছোৱালী, কিন্তু তথাপি বহুৎ দিনৰ ।
পিছত দ্বাৰকাত এদিন কৃষ্ণই তেওঁক ঠাট কৰি ধেমালিতে একাষাৰ
কথা কৈছিল, তাতে তেওঁ ভয় । আক বেজাৰত প্ৰাণৰো আশ।
পৰিত্যাগ কৰিছিল, -‘কম্মুিণীক কৰিলন্ত প্রেমে পৰিহাস । উচুতে
ভৈলন্ত দেৱী প্ৰাণতো নৈৰাশ ’ বুদ্ধিৰ প্রখৰতা থাকিলেও যে
‘মনেকে সামাতে ঠাট্টা ধেমালি বুজিব নোৱাৰে এয়েই তাৰ প্ৰমাণ।
কম্রিণী পাচো তাইৰ অতি মৰমৰ ভনীয়েক, তথাপি কল্লিয়ে
কৰে সৈতে তেওঁক বিয়া নিদি তেওঁৰ স্বণাৰ পাত্র শিশুপালেৰে ।
সৈতে বিয়া দিব থোজাত তেওঁৰ প্ৰং উঠি মনে মনে ককায়েকৰ
আৰু শিশুপালৰ প্রতি unpariamentary ভাষা প্রয়োগ কৰা
অর্থৎ গালি পৰাটোও স্বাভাবিক নহয় নে ? —“ভাই নোহে সিটে।
পাপী পৰম চণ্ডাল। উপজি নমৰি কিয় আছে এত কাল ॥
কোন সতে বঞ্চ মোৰ কৃষ্ণ হেন স্বামী । কিনো নিদাৰুণ তই
ভৈলি অধোগামী ॥......হেন মনোৰথ মোৰ কৰিলি বিফল।
জ্যেষ্ঠ ভাই নোহ সাতপদ্মতো জাগল ! মোহোৰ কৰ্ম্মেসে উপদিলি
ধূমকেতু। . ...তথাপি কৃষ্ণক চিন্তি এৰিবোহো প্ৰাণ। কন-
চিতো মই স্বামী নবৰিবে আন ॥ মোক বিয়া কৰিবাক আইল
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১১৩
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
