পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১১ • শঙ্কৰদেৱ । দিনা, অসেপুৰৰ হাস্ত, যাইবো ভৱানীক পূজিবাক। তোমাৰেসে বা স্থ। যদি, আাছে মোক প্ৰভুদেৱ, সেহি বেলা হাৰিব আমাক মোক যেবে হেলা কৰি, নেনা আসি প্ৰভু হৰি, থাকিবোহো এহি মতে পৰি । প্ৰাণাহিকো একো কালে, শিশুপাল নৃপতিৰ ছায়াতে, নিদি ওঁ মই ভৰি ॥ তবু চৰণক যেবে, নেদেখোহো প্ৰভুদেৱ, দিলোঁ পৰিছেদ এহিমানে । নিৰাeাৰ ব্ৰত ধৰি, তোমাতেসে স্ত্ৰীবধ, দিয়া তেবে মৰিবে । পৰাণে।” এনেবোৰ মন উত্তলোৱা কথ1 কৈও, সুকলমে কাৰ্য্য সিদ্ধিৰ নিমিত্তে এনে বুধি-ভাগ দিওকস্মিণীযে বেদনিধিক কৈছে – “যতেক বুলিলে। মগু, তাতে শতগুণ কৰি, আপুনি কহিল| তুমি কথা মাধৱক মাতি বুগি যেনে তেনে আনিবাহা, যেবে তযু যোত আছে বেথ। ॥ হেৰা দেখা শিশুপাল, নৃপতি পাপীঃ ইটে, তা সি ৰহিয়াছে মোক চুম্পি । বিস্তৰ বিলৰ ভৈলে, আসিয়া ন° ইিব৷ মোক, মৰিবে। তোমাতে প্রাণ । । সম্পি ॥* এই ছোৱালীটি “তাৰিফ কৰিব পর্গীয়। ছোৱালী নহয় নে ? বেদনিধি বাপুও প্ৰবোধ দিব নজনা বাপু নহয় । “ই কাৰ্য্যক লাগি। আই, চি৷ ভূগ পৰিহৰ, চকুৰ মলছ তই পানী । অাছত্ত্বেক কৃষ্ণদেৱ, আকাশৰ চন্দ্ৰমাক, । হাততে দিবাক পাৰো আনি। মোহোত কহিলি যেবে, সাধিবো সকলে কাৰ্য্য, স্থিৰ কৰি থাক দৃঢ় চিতে । । বচন শিলৰ বেথা, মোৰ মুনিবাই দেথা, আনিৰে৷ ককক তিলেকতে ॥ কাশ্মণীয়ে এই প্রবোধ গুনি সাশ্বস্ত হৈ আকৌ ব্ৰাহ্মণক সাৱধান। কৰি দিছে, কাৰণ তেওঁ জানে যে গোপনকৈ কার্ধ্য কৰিলেহে ।