পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১০৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সপ্তম আধ্যা ১ - ৭ ক্লকৰ হাতত নহয়, কাৰণ শাহু তৈ তেনে কৰাটো অলপ খোচৰ কাম আৰু হিন্দুৰ ঘৰত বোৱাৰীৰ গৰাকী শাহ হে ; কিন্তু সুমকি নীয়ে সেই সঙ্কোচ কৰিবৰ সকাম নাই ; সেই দেখি সুমালিনীয়ে। জোৱ'ট কৃষ্ণকে সম্বোধন কৰি তেওঁৰ গাতত কঙ্কিণীক সযপি দিলে--"পাছে দুমালিনী ধাই মাধৱক বোলয় কৰি কাতৰ ॥ কত পুণ্যে পাটলে, মোকে মুস্বামী, ইহ পরলোক গতি । দিনে দশ । দোষ ক্ষমিবা আপুনি, কম্রিণী যে শিশুমতি । কোকায়ে বোকায়ে তুলিলেছে। দুরে, স্থখ দিয়1 মোৰ আই । চৰণত ধৰো কাতৰ কৰে, পালিবা তুমি গোস’ষ্টি । মাধৱে এই কথা শুনি সন্তোষ পাণ্ড, আৰু মুমালিনীৰো পেটৰ ঘাট কংn বজি যি কৰা উচিত তাকে কৰিলে, অর্থাৎ তাইক বট; দি সকষ্ট কৰিলে, - “মাধৱে বোলন্ত, শুনা সমালিনী, বুলিবে মোক ন'লগে । প্ৰাণতো অধিক, দের্থে কণিক, ভাৰ্য্যা পাইলো কত ভাগে । এহি বুলি হৰি ধাইৰ মন পূৰি, দিল বস্ত্ৰ অলঙ্কাৰ । " এইবোৰ বৰ্ণনা কেনে স্বাভাবিক ! কম্মিণীৰ বিশ্বাসৰ পাত্ৰ আৰু মনৰ কথা জনা সুমালিনীয়ে শুনিলে যে ককায়েক কল্লিযে শিশুপালক মতাই আনিছে, কষ্মিণীক বিয়া দিবলৈ বুলি। বাতৰিটো শুনিয়েই তাই লৰি । আহি সেই খবৰ কম্মিণীক দিলে —“হৰস-ফৰস কৰি কথা কতে তাষ্ট। অথ, স্তৰ কথা আবে নতু এন আই । যাধৱ স্বামীক লাগি তই আশা। এৰ । ক্লঞ্চত নেদেয় বিহ| কম্নি যে ভায়েৰ | শিশুপাল নৃপতিক আনি আছে বৰ । স্বৰূপে কহিলে। আবে যেহি লাগে কৰ ।” এই নিৰ্ঘাত বচন শুনি কস্মিণী থিয়ৈয়ে গুইল কিছু নাহি বোল। মাত ৷৷ নাহি ক্ষতি জ্ঞান যেন ধাতু গৈল উৰি। অচেতন হুয়া