পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১০৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১ ০৬ শঙ্কৰদেৱ । নিমিত্তে মাকৰ কেনে চিত্ত। কোনে ভাবনা তাৰ জলন্ত উদাহৰণ। ইয়াতকৈ আাক কিব। অাছে নে ? কেনে স্বাভাবিক বর্ণনা। মাকৰ সহজ জ্ঞানে (instinet এ ) তেওঁক কৈ দিলে, তেওঁ জানিলে -“জানিলো কাৰ লোভে গৈল গোবিন্দাই ।” দেই ানে তেওঁক আক কৈ দিলে যে সদা কৃষ্ণৰে সৈতে ৰজাবিলাকৰ বিবাদ, সে দেপি তেওঁলে'কেৰে সৈতে কৃষ্ণৰ যুজ তাই লাগিবৰ সম্ভৱ ; কিন্তু কৃষ্ণৰ বিক্রম যদিও তেওঁ জানে তথাপি ক্লঞ্চ অকলসৰীয়া, আৰু ৰজ। অনেক ; সেই বাবে সৈন্য সামন্ত লৈ বলভদ্ৰ গণ সাত্যকি আদি ঘএবীৰ সকল কৃষ্ণৰ সাহাযাৰ নিমিত্তে যোৱা উচিত। কোৱা বাহুল্য যে মাকৰ মনত যি ওলাইছিল, ঘটনা তেনেকুৱাই ঘাটছিল, আৰু ঘবীৰসকলক পঠিয়াট তেওঁ বন ভালকে কৰিছিল বিয়নীয়েক শশীপ্রভাৰে সৈতে দৈৱকীৰ কেনে স্বভাৱতে গু নাৰ আদৰৰ কথাবাৰ্তা হৈচিল, ওপৰত আমি তাক দেখুৱাই আহিছে 1 । কবিগীৰ ধাই হমালিনী কেনে আমাৰ চিনাকী ধাই তাইৰ এই চাৰি আষাৰ কথা শুনিলেই সেইটো সামি বুজিব পাৰে। ৰিয়াৰ পিচত শশীপ্রভা বিয়নীয়েকে ৈ দৈবকী বিয়নীয়েকৰপৰা যেনেকৈ বিদায় লব লাগে লগে, ধাত “মালিনীয়ে ও সময় বুজি তেনে নকৰি থাকিব নে ? সকলোৰে ঘৰত সকগে। জীয়ৰী ছোৱালীক যায়ে তেনে সময়ত তেনে কৰে, শঙ্কৰদেৱৰ চিত্ৰপটৰ স্মালিনীয়েই বা নকৰিব কিয় । কিন্ত শশীপ্ৰভাই বিয়নীয়েকৰ গাত ধৰি মাত লগাই ষ্ঠীয়েকক বিয়নীয়েকৰ হাতত হে সপি দিছিল, মোর গ্রেক