> • B
শঙ্কৰদেৱ ।
পৰাসে জুৰাইল মোৰ হিয়া ৷ হেন জানো আউৰ নেদেখিবো।
তোক আই। নয়নৰ তহে নীৰ ধাৰে বহি যায় । ৰুকমিণী ও ।
ভৈলা পাছে সজণ নসন । দৈবকী বোলন্ত দুইকো প্রবোধ ।
বচন । বস্ত্ৰৰ অঞ্চলে জুইৰো মলছিলা মুখ । কি কাৰণে বিহান৷ ।
কৰিছা মন দুখ ॥ তোমাৰেসে জী জমা তোমাৰেসে ঘৰ।
তুমি সে আপোন হৈব। আমি হৈবো পৰ ॥ জামাই পাইলা। ।
কৃষ্ণক কতেক পুণ্য ভাগে । আনন্দ উৎসব মাতি কৰিবাক ।
লাগে । "
কম্মিণীৰ বিয়াৰ পিছত কুণ্ডিনলৈ আহিৰৰ সময়ত শশাপ্ৰভাই
বিয়নীয়েকৰ হাতত ধৰি বিদায় লৈছে - ‘দৈবকৗক হাত ধৰিয়
বোলন্ত শশীপ্রভা মছাদই । পাঞ্চপুত্ৰ মাজে জীয় এক খানি,
সম্যকে মোহোৰ জীৱ । কাবৌ কৰো হেৰা, পালিব। গোসানী ,
তোমাৰেসে ভৈল জীয় । সুৱাগতে মোৰ, ৰ। ঢিলা কম্মিণী, ধৰে
কৰে নিতে ৰোষ । চাকি ৰাখি তুমি আপুনি চাহিয়া মৰষিব৷
দশ দোষ ॥ তোমাৰ গাতত । সম্পিলে। জশুয়ুক , কৰিলে। হেৰ৷
মেলানি ॥|” ওপৰত দিয়া পদবোৰ পঢ়াৰ পিছতো কৰ লাগিব ।
নে যে শঙ্কৰদেৱৰ কায়া ণ হৰণ কিয় অসমীয়াৰ আদৰৰ ধন
হৈছে ?
বেদনিধি বামুণৰ মুখে কই কম্মুিণীৰ কথা শুনি লৰালৰিকৈ
ৰথত উঠি কুওিনলৈ গুচি আহিল; ঘৰত তেও । যাক ককায়েক
আাদি কাকে সেই কথা ভাঙি নকলে ; কাৰণ । তেওঁ তেতিয়াও
প্রথম বয়সীমা লাজকুৰীয়া ডেকা। তেওঁ বেদনিধিক বিশ্বাসে কৈছে,
কম্মিণীৰ ৰূপ gণৰ কথা যি দিনা তেওঁৰ কাণত পৰিল সেই কাল
‘
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১০৬
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
