পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১০৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


> • B শঙ্কৰদেৱ । পৰাসে জুৰাইল মোৰ হিয়া ৷ হেন জানো আউৰ নেদেখিবো। তোক আই। নয়নৰ তহে নীৰ ধাৰে বহি যায় । ৰুকমিণী ও । ভৈলা পাছে সজণ নসন । দৈবকী বোলন্ত দুইকো প্রবোধ । বচন । বস্ত্ৰৰ অঞ্চলে জুইৰো মলছিলা মুখ । কি কাৰণে বিহান৷ । কৰিছা মন দুখ ॥ তোমাৰেসে জী জমা তোমাৰেসে ঘৰ। তুমি সে আপোন হৈব। আমি হৈবো পৰ ॥ জামাই পাইলা। । কৃষ্ণক কতেক পুণ্য ভাগে । আনন্দ উৎসব মাতি কৰিবাক । লাগে । " কম্মিণীৰ বিয়াৰ পিছত কুণ্ডিনলৈ আহিৰৰ সময়ত শশাপ্ৰভাই বিয়নীয়েকৰ হাতত ধৰি বিদায় লৈছে - ‘দৈবকৗক হাত ধৰিয় বোলন্ত শশীপ্রভা মছাদই । পাঞ্চপুত্ৰ মাজে জীয় এক খানি, সম্যকে মোহোৰ জীৱ । কাবৌ কৰো হেৰা, পালিব। গোসানী , তোমাৰেসে ভৈল জীয় । সুৱাগতে মোৰ, ৰ। ঢিলা কম্মিণী, ধৰে কৰে নিতে ৰোষ । চাকি ৰাখি তুমি আপুনি চাহিয়া মৰষিব৷ দশ দোষ ॥ তোমাৰ গাতত । সম্পিলে। জশুয়ুক , কৰিলে। হেৰ৷ মেলানি ॥|” ওপৰত দিয়া পদবোৰ পঢ়াৰ পিছতো কৰ লাগিব । নে যে শঙ্কৰদেৱৰ কায়া ণ হৰণ কিয় অসমীয়াৰ আদৰৰ ধন হৈছে ? বেদনিধি বামুণৰ মুখে কই কম্মুিণীৰ কথা শুনি লৰালৰিকৈ ৰথত উঠি কুওিনলৈ গুচি আহিল; ঘৰত তেও । যাক ককায়েক আাদি কাকে সেই কথা ভাঙি নকলে ; কাৰণ । তেওঁ তেতিয়াও প্রথম বয়সীমা লাজকুৰীয়া ডেকা। তেওঁ বেদনিধিক বিশ্বাসে কৈছে, কম্মিণীৰ ৰূপ gণৰ কথা যি দিনা তেওঁৰ কাণত পৰিল সেই কাল ‘