ৰাণীৰ শোক দেখি তেওঁৰ দাসী আৰু অন্তেসপুৰৰ আন আন
নাৰীসকলে তেওঁক বুজালে যে “ৰুক্মি সঁচাকৈয়ে মৰিলে নে
নাই এই বাতৰিটোকে আগেয়ে ভালকৈ জানি লোৱা; আমি
শুনিছোঁ, ৰুক্মি মৰা নাই। এষ্ট। বুজনি শুনি শশীপ্ৰভাই অলপ
উশাহ পাই তেওঁলোকক উত্তৰ দিলে “তোমাসাৰ বাকা সিদ্ধি
হোক। মোৰ দুই পুত্ৰ জীয়, হৌক আজি চিৰঞ্জীৱ, আমাৰ
খণ্ডোক হৃদিতাপ॥” এই বুলি তেওঁ অলপ আশ্বস্ত হৈ যুদ্ধক্ষেত্ৰলৈ
লৰি গল। যুদ্ধক্ষেত্ৰত যেতিয়া মৰভেশ যুৰি থকা পুতেকক
মাকে দেখিলে তেতিয়া পুতেক মৰা নাই বুলি তেওঁ সাৰথিৰ
পৰা শুনি পুতেকক বুজনি দি মাতিলে- “উঠ উঠ বাপু তই লাজ
পৰিহৰি। তোহোৰ সন্তাপে ক্ষণেকতে যাওঁ মৰি॥ নথণ্ডয় মোৰ
হৃদয়ৰ গুলগুলি। এভো মোক ‘কসক নামাত মুণ্ড তুলি॥
কতনো বুজাইলোঁ নুশুনিলি হাক ডাক। তোহোৰ আগত
নপাইলোঁহো মৰিবাক॥ জমায়েৰে তোহোৰ যুজিবে কিয় লাগে।
এৰাইলি প্ৰমাদ আজি কত পুণ্যভাগে।
জীয়েকৰ বিয়ালৈ দ্বাৰকালৈ গৈ শশীপ্ৰভাই দৈবকীৰে সৈতে কেনে বিনয়ী-মেল অ্যাক আত্মীযতা পাতিলে চোৱাঁ “অন্তেসপুৰত শশীপ্ৰভা পয়োসাৰ॥ বিহানীক দেখিয়া দৈৱকী গাৱ চালি। অনেক সাদৰে ধৰিলন্ত আঙ্কোৱালি॥৷ মহালৈও দৈবকীক সাবটিলা ৰঙ্গে। হুয়োজনে আসনে বসিয়া একসঙ্গে॥ মাৱক দেথিয় কষ্মিণীৰ ৰঙ্গ চিত্ত। উৰুক মুৰুক কৰি গৈলা সন্নিহিত॥ শাশুক প্ৰণামি পাছে নমিলা মাতৃক। মহাদৈও গলে বান্ধি ধৰি ৰুক্মিণীক॥ মোহোৰ কেশৰ আয়ু লৈয়া তুমি জীয়াঁ। দেখিবাৰ