পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ + ২ শঙ্কৰদেৱ । কৃষ্ণৰ বিৰুদ্ধে একেষাৰো বাক্য প্রয়োগ কৰা নাছিল। কিন্তু শদপ্রভা তিৰুতা মাস্তুহ ; মাকৰ আন সকলো এফলঅপত্য- স্নেই এফাল ; অপত্যস্নেহৰ আগত জোৱাইও উৰে ৷ পুতেক চোৰ হওক, ডকাইত হ ওক, পাপী হওক, মুর্থ হওক, তথপি তাৰ মৃত্যুতে মাক অধৈৰ্ঘ্য ; সেইদেথি শশীপ্ৰভাই পুতেকৰ । মৃত্যুৰ কাৰণ জোৱায়েককে শুনষ্ট নেৰি বেজাৰত টান মাত্ত দিলে “পুত্ৰ শোকে দহে গাৱ, হিয়ে হানে । মুঠি ঘাৱ, হ৷ গাবিয়াসৰ পুতাই । কৃষ্ণঃ ঘমাষ্ট যমদূত, হুয়া তোক নিলে পুতমোক শোক সাগৰে পেলাই ॥ মা কৰ চকুত জীয়েকৰ গাতো দোষ নাই, পৰৰ লৰা ােৱায়েকৰ গাত হে সমৃলি দয়।-“তোহোক । কাটৰে চাই, থাকি বা কষ্মিণী আই, প্ৰাণক ধৰিব কোন সতে ভ্ৰাতৃ শোক পায়া ঘোৰ, সি কি জীয়াই জীয়ে মোৰ, জানিলেtগ্রো মলি লগতে । পুত্র জীক হকৱাত, থাকিবো কাহাক চাই, জাওঁ কিন্তু কুলক্ষণী নাৰা ।। এহি বুলি পাটেশ্বৰী ক।ন্দে আৰ্ত্তনাদ কৰি, পৃথিবীত লোটালুটি পাৰি ৷” ওপৰৰ কথাৰ লগতে তেওঁ বেজাৰত কোৱা কথা কেইষাৰ কেনে স্বাভাবিক ঢ়োৱY. জ্ঞাতিগণে দিলে হাক, তোক দল। কৰিবাক, ওনিলি কিনো স্বতন্তৰ । ওলাই গৈলি নাচি বাগি, পুত্র ইজন্মক লাগি, উলটিল্প নপশিলি ঘৰ ॥ পাঞ্চো পুত্ৰে ভৈলোঁ স্নথী, আছিলে। মুবৰ্ণ । কুক্ষি, সিও নাম খণ্ডাৰ্চলি কুমাৰ। কিশে) ভৈল হৃদি শোক, ‘বধাত৷ দণ্ডিলে । মোক, যমপুৰে আমাক সুমৰ । ৰাজাৰ কুমাৰী গুণে, তোক গেৱে সৰ্ব্বক্ষণে, শীতল শয্যাত থাক শুই । ভাঙ্গি বাপু প্রপাশ এৰি, কোন খানে আছ পৰি, কাক শৃগালৰ ভন স্থাই ।”