১ 0
শঙ্কৰদেৱ
দয়াৰ ভগিনী পিতৃৰ মাতৃৰ শ্নেহ প্ৰাণতো অধিক।” তাৰ
ওপৰত এই অতি মৰমৰ ছোৱালীটী৷ এনে কপৱৰ্তী ঘে
"ত্ৰৈলোক্যতো ৰূপে সম নাহি কম্মিণীক ”
কহ্মিণ বিবাহযোগ্যা হল । : বাপেকতকৈ মাকৰ হে সেইটো
আগেয়ে চকুত পৰা স্বাভাবিক , কারণ বাপেক বাহিৰত বাজ
কার্পাদিত দিনে ৰাতিয়ে বৰ ব্যস্ত থাংক, সেইদেখি মাকে হে সে
কথালৈ স্বামীৰ মনোযোগ আকর্ষণ কৰাটো । স্বাভাবিক। এই ।
কথ) শব্দৰৰ বৰ্ণনাত কেনে সুনৰ হৈছে চোৱা,--“এক দিনা ।
এশীপ্ৰত ৰাজ মহাদই । ভীষ্মক স্বামীক হেম ললন্ত গই ।
(এইখিনিত ৰজাক বা আন শব্দ বাৱহাৰ নকৰি । “স্বামীক" শব্দ
ব্যৱহাৰ কৰাটে', শম্বৰে উপযুক্ত ১’তত উপযুক্ত শব্দ ব্যবহাপ
কৰাটোং এটা উদাহৰণ ) স্মিণ জীয়াই ক সবে gৈল কন্যা।
কল বিচাৰিখে) বধ ৰাজা কৈত আছে ভাল । সাত পাঞ্চ নাছি
মোৰ ভাৱ এক গুটি । কেন মতে শাপে প্র- নিশ্চিন্তে ঘুমটি ।
কম্মিণা সদৃশ বৰ টাতিও সকাল ! প গুণ চাচি যেন দশে
বোলে ভাল ॥ ভাল চাতি দিলে দৈবে যেটি লাগে হোক
অসমীয়া সজ গৃহ স্থৰ ঘৰৰ ছোৱালীৰ মাকৰ কেনে স্বাভাবিক চিত্র
এই শলাপ্রভাক কোনোব। অধষীয়া জিমুৰী বোৱাৰীয়ে নিজৰে
নিচিনা বুলি শ্ৰদ্ধা ভক্তি নকৰি পাৰে নে ? ৰজাই যেতিয়া ভাহি
সকল আক পুতেকহঁতেৰে সৈতে কমিণীৰ বিয়াৰ বিষয়ে পৰামৰ্শ
কৰিছিল, ঘৈণীয়েকে সেই মেলত থকাটে। স্বাভাবিক ; সেই
দেখি আছিলও। কৃষ্ণক জোৱাই কৰা ৰজাৰ প্ৰস্তাৱত খেতিয়।।
জ্ঞাতিসকলে আনন্দেৰে সৈতে হয়° দিলে, তেতিয়া শশীপ্রভাষ্ঠ
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১০২
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
