শঙ্কৰদেৱ ।
কৰিলি, অপুনিও মৰি গৈলি, প্রজাৰ চিণ্ডিলি মহামাৰ ॥ সর্থ
কালে জুৰ চিত, হিতক দেবিলি তিত, মুওনিলি মোৰ হাক ডাক।
ক্লঞ্চক বিৰোধ কৰি, সামৰাজে গৈলি মাৰি, একেখৰ কৰিলি
আমাক।। কৃষ্ণক যুজিয়া বলে, পুজ গৈল ৰসাতলে, তাত খেদ
নাহিকে আমাৰ । মৰাইলে পদাতিগণ, ত’তেসে দগধ মন, কি
লৈধা চচ্চিবো ৰাজ্যভাৰ ৷
যুঙ্গত হাবি, অপমান পাই, যুদ্ধক্ষেত্রত মৰভাও জুৰি পৰি থক।
পুতেকক 'ভীষ্মকে বুজাই মাতিছে-“উঠ উঠ বাপ তই ত্যজ ইটে'।
মৰ্ম্ম । লাজ অপমান ক্ষত্ৰিয়ৰ কোন ধৰ্ম্ম ॥৷ হাৰিয়া জিনধ ।
কতো জিনিয়; হাৰয় । সৰ্ব্বকালে সংসাৰত কাৰো নাই জয় ৷
কোন কাৰ্য্যে বাপু , ও যুজস কৃষ্ণক । অকাৰ্ঘে। মৰাইলি আনি
সমস্তে কটক । লঘু ভৈলি আপুনি মুনি মোৰ বুদ্ধি। স্বতন্তৰ।
কগীয়াক কিকৰে ঔষধি । .. নৃপতি বোলন্ত পুত্ৰ চলিয়ে '
নগৰ । চেম গুনি অল্প কৰি মাতিল , কুমৰ ৷ .. ..শুনিয়োক
পিতৃদেব বচন আমাৰ । পূর্কে যেন কৰি যাtছা সত্য অঙ্গীকাৰ ।
করুিণীক নেমেলাই নিজিনি কৃষ্ণক । কদাচিতে৷ মই নপশিকে।
কুণ্ডিলক ॥া .. ইঠাৱতে ৰহে। আজ্ঞা দিয়া মোক । ”
ৰজাই মান্তি হৈ তাতে পুতেকক থাকিবলৈ আজ্ঞা দি ভোজ-
কট নামে নগৰ সজাই দিয়ালে।--'হেন শুনি নৃপতি বোলন্ত
এহি হোক ॥া ..সিটো নগৰৰ নাম থৈলা ভোজকট । কৃষ্ণই
দ্বাৰকাত কম্মিণীক বিয়া । কৰিবৰ সময়ত উগ্ৰসেনক কলে, যে
যোৰ শহৰলৈ বাতৰি দিয়া ; যদি তেওঁ বিধিৱতে কন্থাগান কৰি
কুটুম্বিতা কৰিব খোজে তেহে আহক।–“ফুণ্ডিলাক লাগি মোৰ
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১০০
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
