এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
চে)
face ভাল বুলি ফুবে ভালবি বোলাই, _ "আচল ভালক পাচে চিনিকে নেপায় | fawn বাহিবে দেখে আনবোৰ হীন, এই ভাবি সকলোকে কবে বব ঘিণ |
কথাত জানিবা তেওঁ মহা সাধু জন, কাৰ্য্যত দেখিবা কিন্তু পশু আচৰণ | কোরাভাতুবীব.দবে বাহিৰে ein, ভিতবত পাৰেমানে ক'লা কেতুৰীয়া | _
সমাজব পোক ইটে। বাঁখিবা মনত, পুতি ফুৰে হুল মার্ধো উন্নতি বাটত | কুমলীয়া বাহটিত ঘুণে ধৰা দবে, সমাজকো ভণ্ড-পোকে বিন্ধি নষ্ট কৰে |
ভণ্ডামি মহৎ পাপ জ্ঞানী লোকে কয়, ভণ্ডামি,কবিলে কাবো উন্নতি নহয় | সকলোৱে এতেকাতে থাকিব| দৃবত,
ঠাই যাতে ভ