এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
Gas Fy
দিনেপতি চোরা, অনেক বিধৰ, তত্ব কৰে প্রকৃতিৰ ৷
বিদ্যাৰ গুণতে, পানীৰ ভাপেৰে, কল-খাবী, ভাপ-নাও--
ইচ্ছামতে আমি, চলাই বেগেৰে, ইফালে নিফালে যাওঁ ৷
জ্োত| মোজা চোলা, চেলেঙ চুৰিয়া” কলম কাকতমানে;
গেচ-চাকি aay, বিজুলী-বাতৰি, পাইছে বিদ্যাৰ গুণে |
বিষ্ঠাৰ বলেৰে, কৰিব নোৱৰা, জগতত বন নাই;
কর্বা এতেকতে, শ্রম, মনযোগ, বিদ্যাধন পাবলই ।
SS | পাবানেহে কব তুমি ভণ্ড বোলে কাক 2 নেজানিলে শুনা মই বুজাওঁ তোমাক | কিমান যে ভণ্ড আছে এই জগতত, নোৱাৰি চিনিব দেও, থাকিলে আগত ৷