এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(751
ভালপোরা।
এনেনেো। নোবাদ, “ভালপোব।'কথা, শুনিলে জুৰায় কাণ; নকলোবে আশা, পার ভালপোৱা,
পোৱা কিন্তু বৰ টান ।
আন বস্ত দৰে, এইটি নহয়, ই বে সকলোবে পাৰ ;
ইনে। বস্তু কেনে, জানিব কি আনে, ভালপোৱা নাই যাব ।
অন্তৰত যাব, থাকে ভালপোৰ্, মোল জানে নেই জনও
পাইছে যি জনে, এই মহাবত, রততে আনন্দ সন |
কর্বা যদি তুমি, ভালপোৱা আশ৷, ভালপোৱ৷ দিয়া আগে;
তেনেহলে তুমি, পাব৷ ভালপোৱা, বিমান তোমাক লাগে |