এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
GRAF কৰে গই ফুৰ ABS, নেলাগে চেনেহ কাৰে। দেখিও মনত |
চেনিচন্প। ফুল তেনে নহয় সুন্দৰ, সকলোৱে কৰে তেও তাকেই আদৰ |
গছত থাকিলে তাক নখনি চকুৰে,
বিচাৰি লবৰ মন তেও সকলোৰে |
এটাক মৰম কৰে আনটোক বিণ, পাৰানেহে কব এনে ভাব fea ভিন ? সুৱলা ৰাঙলী ৰূপ মদাৰ ফুলৰ, গোন্ধ নাই বুলি কেৱেঁ নকৰে আদৰ ।
নেদেখি gaia ভান চেনিম্প। ফুল, সুগন্ধত মন তেও কৰে বিয়াকুল । এটিৰ সুবলা বশ কিন্তু গুন নাই. AAG ৰূপ নাই গুবেবে মোহায় |
ৰূপক নকৰি কৰে গুণক আদৰ, জ[নিব|মাখোন এনে ধৰ্ম্ম জগতৰ | নেথাকিলে গুণ বদি হোৱঁ৷ ৰূপৱান, নকৰে তোমাক CHS দেখিলে সন্মান |