সমললৈ যাওক

পৃষ্ঠা:লৰাকবিতা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এ যায় দুখবোৰ, দেহ| পৰে জুৰ, বিশ্রাম লভিলে বাতি; টোপনি নহলে, জিৰণি নললে, নাই কাৰে| সুখ শাতি |

পিয়াহত পানী, ৰাতিৰ টোপনি, উপকাৰী শৰীবৰ ;

নবহ টোপনি, পৰমায়ু হানি কৰে জীঁৱ-নংনাৰৰ |

দিনৰ টোপনি, বাতিৰ আমনি, বঢ়ায় এলাহ ভাৰ;

দিনে কর্বা শ্রম, নহ্র্বা বিষ, জানিবী নিয়ম নাৰ 1

বাখিবা সদায়, মনত পেলাই, থাকে যাতে স্বাস্থ্য ভাল |

শুবৰ কালত, omit বনত, তেহে সুখে যাৰ কাল !

ৰূপ আৰু গুণ ।

মদাবৰ ফুল চোৰ, কেনেনো wah, নলয় কোনেও তাক মবমত আনি |