পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰদ্ধাঞ্জলি

স্বৰ্গীয় ললিত হালৈ, ওজা (বিল্বেশ্বৰ)
স্বৰ্গীয় হৰকান্ত হালৈ, ওজা (বিল্বেশ্বৰ)
স্বৰ্গীয় চক্ৰধৰ মেনা, ওজা (বেলশৰ)
স্বৰ্গীয় সিদ্ধি কলিতা, ওজা (মানিকপুৰ)
স্বৰ্গীয় প্ৰফুল্ল কলিতা, ডাইনাপালী (বনীয়াগাঁও)
স্বৰ্গীয় গুণেশ্বৰ ৰয়, ডাইনাপালী (বদনকুছি)
স্বৰ্গীয় ফনীধৰ ৰয়, পালী (মহাৰাণী)
স্বৰ্গীয় দিবাকৰ ৰয়, ওজা (শিমলা)
স্বৰ্গীয় অনন্তৰয়, ডাইনাপালী (শিমলা)
স্বৰ্গীয় হৰ্ষৰাম ৰয়, ডাইনাপালী (টুপলাই পানবাড়ী)
স্বৰ্গীয় মদন শালৈ, ডাইনাপালী (দৈশিঙৰী)
স্বৰ্গীয় আলীয়াৰাম ৰয়, ডাইনাপালী (পানবাড়ী)
স্বৰ্গীয় গোবিন্দ দত্ত, ওজা (পানবাড়ী)
স্বৰ্গীয় নৰেন ৰয়, পালী (পানবাড়ী)
স্বৰ্গীয় উমেশ ৰয়, পালী (পানবাড়ী)
স্বৰ্গীয় গজেন ৰয়, পালী (বদনকুছি)
স্বৰ্গীয় মনোহৰি ৰয়, পালী (পানবাড়ী)
স্বৰ্গীয় গমলু ৰয়, পালী (পানবাড়ী)
স্বৰ্গীয় কলা ৰয়, পালী (পানবাড়ী)
স্বৰ্গীয় শুখনা ৰয়, পালী (পানবাড়ী)
স্বৰ্গীয় দেবেন ৰয়, পালী (পানবাড়ী)
স্বৰ্গীয় কান্তেৰাম ৰয়, ডাইনাপালী (আঠীয়াবাৰী)
স্বৰ্গীয় কল্যান ৰয়, পালী (আঠীয়াবাৰী)
স্বৰ্গীয় কনক ৰয়, পালী (শিমলা)
স্বৰ্গীয় কুহিৰাম ৰয়, ওজা (টুপলাই পানবাড়ী)
স্বৰ্গীয় পবিন ৰয়, ডাইনাপালী (টুপলাই পানবাড়ী)
স্বৰ্গীয় অমৃত ৰয়, পালী (টুপলাই পানবাড়ী)
স্বৰ্গীয় পবিন ৰয়, পালী (টুপলাই পানবাড়ী)
স্বৰ্গীয় হুমেশ্বৰ ৰয়, ওজা (উলাৰটাৰী বগলাপাৰা)
স্বৰ্গীয় ভগবান কলিতা, ডাইনাপালী (মহিতৰা কলোগুৰী)