পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। অসমীয়া ভাষা হিচাবে লিখিত ভাষাক স্কুল-কলেজ, বিশ্ববিদ্যালয়ত স্বীকৃতি দিয়া হৈছে। কিন্তু থলুৱা ভাষা সংৰক্ষণৰ ব্যৱস্থা কোনো লিখক বা সাহিত্যিকে আজিলৈ কৰা দেখা নাই। লোককলা বা লোক কৃষ্টি সমূহ জীয়াই থাকিবলৈ হলে থলুৱা মাত-কথা বা ভাষাক সংৰক্ষণ কৰাৰ প্ৰয়োজন নুই কৰিব নোৱাৰি। ঢুলীয়াৰ ভাওৰীয়া, ওজা বা ভাওৰীয়াৰ ডাইনাপালী কিছুমান শব্দ ব্যৱহাৰ কৰে। যিবিলাক শব্দ লিখিত ভাষাত ব্যৱহাৰ নহয়।

 দাউনাচলি
 নাহয
 নষ্ট য
 গজমুৰা
 মাননাই মাৰা
 ভিঠিমৈৰা
 ভিঠাত দুৱৰী গাজা
 ধেমনী
 লালে মাইহ্নে
 ভকোলোকো
 সেফলোৰ দেখি
 বাৰভাতেৰী
 ৰহাত্তলে য

 সাপ্তাসাপ্তী

৭০