পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰদ্ধাঞ্জলি

স্বৰ্গীয় ধনেশ্বৰ ডেকা, ডাইনাপালী (দাগাপাৰা )
স্বৰ্গীয় শ্ৰীকান্ত হাজৰিকা, পালী (খখৰিশাল)
স্বৰ্গীয় ৰজনী নাথ, পালী (ভৰশাল)
স্বৰ্গীয় গজেন্দ্ৰ পাঠক, ডাইনাপালী (খখৰিশাল)
স্বৰ্গীয় উমেশ ওজা (বৰঘোপা)
স্বৰ্গীয় লাউ বড়ো, পালী (মুগদি)
স্বৰ্গীয় লিউ বড়ো, পালী (মুগদি)
স্বৰ্গীয় বালী বড়ে৷, পালী (বৰ্ণিবাৰী)
স্বৰ্গীয় জ্যোতিষ বৈশ্য, ডাইনাপালী (কালদি)
স্বৰ্গীয় উমা ওজা, (বড়ি)
স্বৰ্গীয় তাৰানাথ, ডাইনাপালী (বড়ি)
স্বৰ্গীয় হংস বৰ্মন, পালী (বড়ি)
স্বৰ্গীয় নবিন, ডাইনাপালী (ৰাউলী)
স্বৰ্গীয় জনাৰ্দন, ওজা (ব্যাসকুছি)
স্বৰ্গীয় ধনো বৈশ্য, ওজা (দৌলাশাল)
স্বৰ্গীয় সঞ্জয় মেধি, ডাইনাপালী (বৰধানতুলি)
স্বৰ্গীয় দেৱী পাঠক, ডাইনাপালী (বনমাজা)
স্বৰ্গীয় তাৰিণী ৰাজবংশী, ডাইনাপালী (মাখিবাহা)
স্বৰ্গীয় নৃপেন ৰাজবংশী, ওজা (মাখিবাহা)
স্বৰ্গীয় ৰজনী বৰ্মন (মাষ্টৰ), (ভোজকুছি)
স্বৰ্গীয় থানু দাস, ওজা (উলাবড়ি)
স্বৰ্গীয় ৰমেশ দাস, ডাইনাপালী (উলাবড়ি)
স্বৰ্গীয় গিৰীধৰ ডেকা, পালী (জাগাৰা)
স্বৰ্গীয় মেঘো দাস, পালী (উলাবড়ি)
স্বৰ্গীয় মাধব ৰয়, ডাইনাপালী (বদনকুছি)
স্বৰ্গীয় হৰেশ্বৰ ৰয়, ওজা (বদনকুছি)
স্বৰ্গীয় হৰেশ্বৰ ৰয়, ডাইনাপালী (পানবাড়ী)
স্বৰ্গীয় ৰতি ডাইনাপালী (বদনকুছি)
স্বৰ্গীয় সিদ্ধি ওজা (মানিকপুৰ)
স্বৰ্গীয় থানে বৈশ্য, পালী (পটেৰবড়ী)