পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

   ১০। মেৰ নিৰ্মাণ (পদ্ম পুৰাণ)
   ১১। ভাটীয়ালি (পদ্ম পুৰাণ)
   ১২। উত্তৰ বণিজ (পদ্ম পুৰাণ)
   ১৩। দক্ষিণ বণিজ (পদ্ম পুৰাণ)
   ১৪। হাচান হুচেন (পদ্ম পুৰাণ)
   ১৫। চান্দৰ পূজা বা স্বৰ্গাৰোহন (পদ্ম পুৰাণ)
   ১৬। মহিষাসুৰ বৰ্ধ (মার্কণ্ডেয় পুৰাণ)
   ১৭ । সুম্ভ নিসুম্ভ বধ (মার্কণ্ডেয় পুৰাণ)
   ১৮। সুৰৰ্থৰ লক্ষবলী (মার্কণ্ডেয় পুৰাণ)
ইয়াৰ উপৰিও লিখকৰ স্বৰচিত কিছুমান পদ যেনে-
   ১। কৃষ্ণ যজ্ঞ (ব্ৰহ্মবৈৱৰ্ত্তেয় পুৰাণৰ পৰা)
   ২। দেৱী ওজাৰ যুদ্ধ (ব্ৰহ্মবৈৱৰ্ত্তেয় পুৰাণৰ পৰা)
   ৩। কার্ত্যবীর্জ অর্জুন বধ (মার্কণ্ডেয়ৰ তথ্যৰ পৰা)
   ৪। শুকৰ জন্ম (ভাগৱত আৰু ব্ৰহ্মবৈবৰ্ত্তেয় আৰু দেৱী পুৰাণৰ পৰা)
   ৫। শ্রীহৰিৰ মুণ্ডছেদ (ব্ৰহ্মবৈবৰ্ত্তেয় পুৰাণৰ আধাৰত)
 বিৰল উদাহৰণৰ প্ৰতীক আমাৰ প্রাচীনতম লোক কলা ওজাপালী। এই পদ সমূহৰ উপৰিয়ো পদৰ লগত ৰজিতা খোৱা সংস্কৃত শাস্ত্ৰৰ বিভিন্ন উপমা, শ্লোক আদি পদৰ কাহিনী ভাগৰ লগত সংলগ্ন কৰি সমাজৰ অধিক মনোগ্ৰাহী আৰু বোধগম্য কৰি তোলে। দৰ্শকৰ ৰূপত

থকা ডেকা-বুঢ়া সকলো শ্ৰেণীৰ সমজুৱাৰ মনত সমাজ সচেতনতা ধৰ্মৰ

৬৪