পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

লোককলা ওজাপালি আৰু সমাজ
জামৰ চাল  গজদৰ মাটি
বগৰীৰ চাল বৰাহ দত্তৰ মাটি
শিমলু চাল বেশ্যাদ্বাৰৰ মাটি
বকুলৰ চাল ৰাজদ্বাৰৰ মাটি
বৰিয়াল তিনি বাটৰ মাটি
 গোহালীৰ ঘৰৰ মাটি
 বৃষভ শৃঙ্গৰ মাটি

 তাৰ উপৰি হালধী গুৰি, কুহিয়াৰৰ ৰস, সুগন্ধী তেল, কৰ্পুৰ, গোমূত্ৰ, নাৰীকলৰ পানী ইত্যাদি ঔষধি গুণযুক্ত দ্ৰব্য সমূহেৰে দেৱীক মহাস্নান কৰা হয়। ব্ৰাহ্মণে মহাস্নান আৰম্ভ কৰাৰ লগে লগে ওজাই


মহাস্নান বন্দনা

প্ৰথম ওপৰোক্ত দ্রব্য সমূহেৰে মহাস্নান কৰা পিছত বন্দনা

অষ্ট কলহৰ জলে বন্দনা

দেৱীক সজাই পৰাই স্থাপন

পূজা বন্দনা

দেৱ দেৱী সকলক পূজা দিয়া হয়
জালোমালোৰ পূজা
মালতীৰ পূজা