পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

  ৩। কৃষ্ণ বন্দনা
  ৪। সৰস্বতী বন্দনা
  ৫। মনসা বন্দনা

 পঞ্চ বন্দনাৰ অন্তত মনসা পূজাৰ আৰাধ্য দেৱী মনসাৰ জন্ম খণ্ড গোৱা হয়৷ দেৱীক জন্ম কৰি, তেওঁৰ নিৰ্মাণ নামৰ দেৱী গৰাকী মনসাক প্ৰাণ জ্ঞান দি চৈতন্যময় দেৱী হিচাপে তেওঁক আসনাধিস্ত কৰে৷ দেৱীৰ জন্ম খণ্ড শেষ হোৱাৰ পিছত পুনৰ দেৱী বন্দনা দুই এটা গোৱাৰ পিছত পূজাখনৰ জাগনী অধ্যায় আৰম্ভ কৰিব।


জাগনী সূত্ৰ সমূহ
  ১। ঘটৰ জন্ম
  ২। তামোল পাণৰ জন্ম
  ৩। তুলসীৰ জন্ম
  ৪। মণ্ডপ নিৰ্মাণ
  ৫। মণ্ডপ সোধন
  ৬। ঢেকীৰ জন্ম
  ৭। মণ্ডপৰ গুৰি সৃষ্টি
  ৮। মণ্ডপ জাগনী
  ৯। দেৱ দেৱীৰ আৱাহন
  ১০। দেৱ দেৱী নিমন্ত্ৰণ

 জাগনী শেষ হোৱাৰ পিছত গৃহস্থই প্ৰথম দিনৰ পূজা ভাগৰ

১৭