পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ৪৬] নাৰকিনীৰ নিমিত্তে, তেওঁৰ এনে দুৰ্গতি, এনে যন্ত্ৰণা! পৰম পিতা! যথেষ্ট নিকাৰ ভুঞ্জা। ইমানতে সন্তুষ্ট নহৈ, সেই হিয়াৰ মানিক আত- ৰাই পাপিনীক মনিহাৰা সপিনীৰ দৰে কৰিব খোজ। নেকি? বাৰু, ইচ্ছা ময়। তোমাৰ ইচ্ছা পূৰ্ণ | যুবতী নিৰৱ হৈছে মাথোন এনেতে ওচৰৰ গছ এডালৰ ঢালৰ পৰা অহা, “বৌ কাকা কত? নে! কাকা ক'ত?” শবদ দুটি শুনি আকৌ তেওঁৰ হিয়াত শেল পৰা যেন হ'ল। তেওঁ ধাকুৰি ধাকুৰি কান্দিব ধৰিলে, নিশ্চয় তেও অতীতৰ ভাবনা ভাবি ইন বিলা। হিংস্ৰ জন্তুৰ ভাষণ গুজৰণিয়েও তেওঁৰ আবেগক দমাৰ পাৰা নাই। গেজেপনি হাবিৰ মাজত অমানিশাৰ এন্ধাৰও আজি তেওঁৰ মনত নগন্য। | একে অন্ধকাৰ ৰাতি, তাতে আকৌ বনৰ মাজ। এনে সময়ত তেওঁৰ দুখত দুখী হবলৈ কেও নাই। কিন্তু প্ৰকৃতি আইয়ে নিয়া অবলাৰ দুখ সহিব নোৱাৰি, নিয়ৰ স্বৰুপ অ অ