পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৩৯] লীলা -তেন্তে কি? মই কাৰ বাবে প্ৰাণ দিবলৈ সাজু। লাবন্য-কব নোৱাৰে। অথবা পাৰিলেও কবলৈ সাহ নাই। লীলা সময়ত হব, আৰু দুদিন পিছত, জীৱ- নৰ সন্ধি ক্ষণত, যেতিয়া বিয়াই বজ্ৰপাতত পৰিণত হব; তেতিয়া সম্পূৰ্ণ সাহ ওচৰ চাপি। লাবন্য-লীলা! সচাকৈযে তুনি মোক প্ৰাণৰে সৈতে ভাল পোৱানে কোৱাচোন। লীলা-হিয়া ফালি দেখুৱাৰ পাৰিলে বুজিলা- হেতেন। লাবন্য-তেন্তে, মই যি কৰিব কম, তাক বিনা বিচাৰে কৰিবলৈ সাজু আছানে? লীলা-শতবাৰ। লাবন্যশদি তাত প্ৰাণৰ সংশয় থাকে। লীলা-ক্ষতি নাই। লাব্য-বাক, এতিয়ালৈ যাও খুড়াৰ শপনি মোৰ অসহ বেদনা।