পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৩৮] লীল-স। কথা? গ'ল নিশা পোৱালীটিক চেলাই কামুৰি মাৰাৰ পৰা সিহঁতলৈ মোৰ বৰ বেথা লাগিছে। হায় সকলোৰে অন্তৰত সমান শোক তাপ। নহলেন আজি পৈটিয়ে এবাৰৰ “লাকপা কুৰ কুৰ কৈ নাচি নাচি মুফুৰে কিয়? | লাবন্য–মিছা কথা। সামান্য পাৰ এজোৰৰ নিমিত্তে ইমান আয়াস, ইমন যতনলৈ এনে পূণীয় মালা গাথিবলৈ তোমাৰ প্ৰাণ উৎসুক বুলি মোৰ মনে নধৰে। কোৱাচোন! মোৰে শপত কোৱা। এনে প্ৰীতিৰ চানেকীয়ে কাৰ হিয়া পোহব? লীলা-মোৰ যিজন প্ৰিয়, তেওঁৰ। লাবন্য-সচ। কথা! কমলৰ কোমল হিয়া। লীলা-স্বপ্নৰ অগোচৰ। লাবন্য—স্বপ্নৰ অগোৰ। কেতিয়াবা কেতি- য়াবা স্বপ্নৰ অগোচৰ চকুৰ গোচৰ হয়। -কাৰ কাৰও হয় সা-কিন্তু অভাগি- নীৰ ইটো জীৱনত নহব। লাবন্য-তেন্তে?