পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পুষ্প উপহাৰে ক্ষুব্ধ গতমাৰ | প্ৰদানিবা প্ৰাণ ধনে।” এই গীতটো গাই গল। লবঙ্গহঁহ যোৱাৰ পিছতেই, লীলাও কিবা খন ভাবি ভাবি যাও নেওকৈ ঘৰৰ পিনে খোজ ললে। পঞ্চম পৰিচ্ছেদ। সিদিনাৰেই আবেলিৰ কথা। বেলা এসৰ মান আছে, লাবন্যই, সন্তৰামে কৰিবলৈ কোৱা পথাৰৰ কাম খিনি কৰি আঁই, ভৰি-হাত ধুই তেওঁৰ নিমিত্তে সাজি থোৱা ভাত কেইটি পেটাত লৈ এহোপ ধপাত হুপি ললে। তাৰ পাছত অকলৈ মৰমুৱা হৈ ঘৰত থাকিব ভাল নলগাত গাওঁ ফুৰিবলৈ ওলাল। ফুৰি ফুৰি শেষত জানিব। ললিতৰ ঘৰত উপস্থিত হলহি। ললিত তেতিয়া ঘৰত নাছিল। কিবা জৰুৰি সকামত ৰাতিপুৱাই