পৃষ্ঠা:লাচিত বৰফুকন.pdf/১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

লাচিত বৰফুকন।

(বুৰঞ্জীমূলক নাটক)

 

অসমীয়া সাহিত্যিক পেঞ্চনাৰ, “বিজুলী”, “ঊষা” আৰু “বন্তি”ৰ সম্পাদক,
কলিকতা বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব্ব অসমীয়া প্ৰশ্নকাৰ আৰু পৰীক্ষক,
অসমীয়া সাহিত্যিক সম্মিলনীৰ পোন্-প্ৰথম সভাপতি, সদৌ
অসম আহোম এচোচিয়েচনৰ সভাপতি, পোন্-প্ৰথম অসম
লেজিচ্‌লেটিভ কাউন্সিলৰ আহোম-প্ৰতিনিধি
মেম্বৰ, “অসমৰ বুৰঞ্জী”, “গীতাসাৰ”,
“শ্ৰীকৃষ্ণ” প্ৰভৃতি প্ৰণেতা,

ৰায়বাহাদুৰপদ্মনাথ গোহাঞি বৰুৱা এম, আৰ, এ, এচ,

ৰচিত,

 


দ্বিতীয় তাঙৰণ।



 

তেজপুৰ, অসম।

১৮৬৪ শক।

লীলা-এজেঞ্চিৰপৰা

গ্ৰন্থকাৰৰ দ্বাৰাই প্ৰকাশিত।

বেচ, ১৲ এটকা মাথোন।