সমললৈ যাওক

পৃষ্ঠা:লাইটু বা লাওফলা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতবৰ্ষৰ অইন অইন দেশৰ ৰজাসকলৰ আদি পুকববিলাকৰ উৎপত্তি যেনেকৈ কোনো এঙ্গন দেৱতাৰ লগত সম্পক ৰাখি সেই বংশীয় ৰজা- সকলক সেই দেৱতাৰ বংশ বোলে, সেইদৰে আহোম ৰজাসকলৰ আদি পুৰুব “খুন্লুছ” আৰু “খুন্লাইকো” দেরবাজ “লেঙডুনৰ” ( ইন্দ্ৰৰ ) নাতি বুলি আহোম বংশৰ বজাসকলক ইন্দবংশীয় বজা বোলে ।

“qe” আৰু “খুনূলাইৰ” উৎপত্তি সম্বন্ধে দুই তিনি ৰকমে বুৰঞ্জীত কোৱা আছে কিন্তু আহোম ভাষাত লিখা বুৰঞ্জীত হলে এক ৰকমেহে কৈছে; সেইদেখি আহে!ম ভাষাৰ বুৰঞ্জীৰ নতকে Bate উল্লেখ কৰা গল।

athe কাচেউ (২৯) শকত দেৱৰাজ “লেড্ড্ুনেশ তেওঁৰ ভাগিন খেন্থামৰ লৰ| দুটি “খুন্্‌লুঙ্‌” আৰু এখুন্লাইক” পৃথিবীত ৰঙ্গা হবলৈ অনেক Asics সৈতে লৱৰ জখলাৰে স্বৰ্গৰ পৰা পৃথিবীলৈ নমাই পঠালে । তেওঁবিলাক আহি “ashe মুংৰামত”