এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
aera ২৯
নিমিত্তে মোৰ এই দেহটে৷ উছগি দিলে৷ । তোমালোকে বছৰি মোৰ উদ্দেশ্যে গৰু, ম’হ মাৰি এটা পুঙ্গা কৰিব আৰু নিতৌ৷ ভাত খাবলৈ গৈ পোনে পোনেই মোৰ নামেৰে এভাগ মাটিত দি তেহে ভাত খাব| | ইয়াকে নকৰিলে তোমালোকৰ বেয়া হব |” এইবুলি “লাপাডে” “আইফালানলৈ” চাই কলে, এতিয়া আপুনি, আপোনাৰ কাম কৰক |
“আইফালানেশ হাতত বজলৈ বৰ বেগেৰে “লাপাঙৰ” গাত মাৰি দিলে । ভয়ানক শব্দৰে বজ্ৰ আহি ‘লাপাঙৰ’ গাত পৰি “লাপাঙৰ” গাটো BOAR কৰি পেলালে। বজ্ৰ প্রচণ্ড শব্দত লাও- টোও দুফাল হৈ পৰিল |
‘“চাওলাপাঙ”ৰ মূৰৰ পৰা৷ এনা দেবতা ওলাই স্বৰ্গত দেৱতাসকলৰ লগত থাকিল গৈ ৷ বুকৰ পৰা বুঢ়া BIST নামে এজন অপদেৱতা ওলাই বাহ গছত থাকিল। পিঠিৰ পৰা এটা ডাঙৰ মকৰা আৰু কিছুমান ডোম ওলাল | সৌচকুৰ পৰা| বেলি ওলাল, বাওঁচকুৰ পৰ। জোনবাই ওলাই শাকাশত শোভা কৰিলে | চকুৰ পিৰিকটিৰ