এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
SE লাওফলা
কৰিম আৰু দেৱতাসকলক পুল দিম |” এইদৰে ক’লত ‘‘আাইফালানে’ সেইফালৰ পৰা অইন এফাললৈ বজ টেরালে | সেইফালৰ পৰাও লাওৰ ভিতৰৰ প্রাণীসকলে মাত লগালে £__ ‘হে প্রভে৷! আমাক নামাৰিব | আমি পৃথিবীত ‘টাই’ ( আহোম ) নামে খ্যাত হৈ দেশ শাসিম |” ‘আইফালানে’ যি ফাললৈকে বছ, পোনাই সেই ফালৰ পৰাই কান্দোন কাটোন, স্ততি, নতি শুনিবলৈ পালে, শেষত কেনেকৈ লাঁগফলা। হব ভাবি চিন্তি fapfe হল | FRIST দূত ‘চাওলাপাঙড’ তাতে আছিল | তেওঁ "আইফালানক+ বিচূৰ্তি হোৱা দেখি কলে__ ‘হে যুৱৰাজ! আপুনি একো ভাবিব চিন্তিব নালাগে | মই লাওটোৰ ওপৰত ach, আপুনি মোৰ গালৈ বজ্ৰ মাৰি দিয়ক, বজ্ৰৰ শব্দতে লাও ফাটি পৰিব | মই সকলো প্রাণীৰ অৰ্থে মোৰ এই শসাৰ দেহটো আগ কৰিলে| 1” ‘চাওলাপাঙৰ’ কথাতে ‘আহইফালান’ মাস্তি হল । 'লাগাঙেও' লাওটোৰ ওপৰত বহি কৰলৈ ধৰিলে ১-_‘হে প্রাণীসকল! মই তোমালোকৰ