এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
afer ২১
লাহে লাহে আহি ২৪ ফাগুণ পালেহি ! সেই ডে” মিতিৰ-কুটুম গোটাই বৰ জ পাতিলে আক সকলোৰে দেখা-শুনাকৈ
এমাইখাংখাক” আহি wale | ছুয়ো অনেক
নি
য় হব এই কথা 'পাওলিপত তা কাকে? ২৫ ফাগুণব বাতিপুরাবলৈ ১ দণ্ডমান সমর থকাতে “থাওলিপ fas” ‘cas
নৰ’ আদেশ মতে তেওঁৰ BHM গকজনী আনি শিলৰ Gea লহি | “আইখাংখাক? আক তেওঁৰ এমাহমানলৈ অঁটাকৈ খোৱা বস্তু লগত লৈ দুয়ো আহি ভুৰত উঠি বহি থাকিলহি |
পৃবেকণ দি আহোঁতেই দেৱৰাজ CHEETA, “prepa” ( বৰুণ ) দেরঙাক তপত পানী বৰষৰি প্রলয় কৰিবলৈ আদেশ কৰিলে | “চাওফুণ”” CRS ‘লেঙডুনৰ’ আজ্ঞা শিৰত লৈ তেওঁৰ মেঘবোৰক তপত পানী ঢাপি পৃথিবী ডুবাই পেলাবলৈ কলে।