সমললৈ যাওক

পৃষ্ঠা:লাইটু বা লাওফলা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ লাওফলা

তৰ মাজৰ হুদ এটাত বহি Sia কৰি আছে। তেওঁক, আনি “‘থাওলিপ্‌লিঙ’’ ( নাৰদ ) খাবি তলৈ পঠিয়াই frase | ‘থাওলিপ্‌লিঙব' পৰা আকৌ নতুনকৈ সৃষ্টি হোৱাৰ সম্ভৱ আছে |

এই কথা শুনি “লেঙ্ডুনে”প এজন দূতক তেতিয়াই “আইখাংখাকক্‌” মাতি আনিবলৈ পঠিয়াই দিলে ৷ দূত গৈ ‘আইথাংখাক’ থকা seq ওচৰ পাই চাৰিওফালে চালে, ক‘তো তেওঁক দেখিবলৈ নাপাই ‘আইথাংখাক’ ‘আইখথাংখাক’ বুলি মাতি- বলৈ ধৰিলে ৷ aie পানীৰ তলৰ পৰা দুতৰ মাত শুনিবলৈ পাই মাত লগালে,_“হেৰ তয় কোন? ক’ৰপৰা আহিছ ? মোক fea মাতিছ, বেগতে ক।”

দুতে কলে “মই স্বৰ্গৰ পৰা আহিছে৷ । মই দেৱৰাজ “লেঙ্ডুনৰ” দূত | আপোনাক দেৱতা- সকলে ‘লেঙ-দ্ৰনৰ” সভালৈ মাতি পঠিরাইছে | মোৰ লগতে বাব লাগে |”

দুতৰ কথা শুনি “আইখাংখাকে” যোগৰ বলেৰে পানীৰ তলৰ পৰ| ওপৰলৈ উঠি আহিল আৰু ততালিকে দূতৰ লগতে “লেঙ্ডুনৰ” তলৈ যাত্ৰা কৰিলে | যোগ বলত চকুৰটিপতে ‘‘আই-