এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
Alera ১১ হল বুলি সকলোৱে ভাবিলে |
পানী শুকাই গলত, পানী নাপাই, মাহুহ- (বোৰৰ মহা প্ৰমাদ মিলিল | পিয়াহতে বৃকু শুকাই বহুত মানুহ মৰিল। ইমান শাস্তি ভোগ কৰিও কান ৰশ্মজ্ঞান বা দেরতালৈ ভক্তি নহল। গধুলি হলত জুমে জুমে মানুহবোৰ বাহিৰলৈ ওলাই পানী বিচাৰি গল | কতো! পানী নাপাই নৈৰ বালি খানি পানী উলিরাই আনি তাৰেই ভাত ৰান্ধি খালে |
“gun” ভাবিছিল, এই শঙ্কটত পৰি মানুহবোৰৰ জ্ঞান হুব, আৰু দেৱতা আছে বুলি জনি পূজা-সেৱা কৰিব, কিন্তু তেওঁৰ সেই ভাবনা fast হৈছিল কিয়নো সেইদিনাৰ পৰা পূৰা এবছৰ পাৰহৈ গল নতুন বছৰৰ “‘ডিন্চিংগ ( আঘোন ) মাঠ আহি পালেহি তথাপি পৃথিবীত দেৱতাৰ উদ্দেগ্তে এদিনো SLR একো! নহল ৷ এই- দৰে ‘টাওচিঙ (১৯) শকৰ ‘ডিন্ছি’ ( ফাগুণ ) মাহৰ ২১ দিন পাৰহৈ গলতো মানুহবোৰৰ মনৰ ভাব অলপো। লৰচৰ নহল |
যেতিয়া ‘লেঙ্ডুনে” দেখিলে যে তেওঁ যিবোৰ