এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
লাওফল ৯
সাপবোৰ স্বৰ্গৰ পৰা আহোতে আকাশ
খন নেদে আব আবৰি পেলালে | হঠাৎ এনে হোৱা দেখি মানুহবিলাকে আকাশেদি এই ওপৰলৈ চাই ৰল।
সাপবোৰো লাহে লাহে মাটিৰ ওচৰ পালেহি আৰু
বোৰ কি আহিছে বু
মানুহবোবেও সাপ বুলি [5নিব পৰা হল | সাপ বি
বোৰ অহা দেখি আচৰিত হৈ প্রজাবোৰে কি
কৰে৷, কলৈ বাওঁ কৰিবলৈ ধৰিলে
এটা সাহিয়াগ ডেকাই মাত লগালে ১-- হেৰা, ককাইহঁত, আহা, আমি বেৰেৰে জুনুধি বান্ধি ভুই লগাই : আকাশতে এই সাপবোৰ মাৰি পেলাওঁ; নহলে ইহঁতে আমাক সদাই নেৰে | এই কণ। শুনি ডেকা ডেকা নামুহবোৰে হাতে পতি gate সাজি জুই লগাই ওপৰলৈ তুলি ধৰিলে, আৰু খেৰৰ জুমবোৰত জুই লগাই দিলে | চাবি পিনে দৌরাই আবৰি পেলালে | FRX তাপত আক দৌবাৰ কোবত সাপবোৰ বিচেষ্টাত পৰিল । চকুত ধেৱা লাগ বাট পথ নেদেখা হৈ বহুত সাপ জুইত পৰি আধাপোবা হৈ মৰিল। বাকী “যি থাকিল মেইবোৰে উলটি গৈ “গে BA”