সমললৈ যাওক

পৃষ্ঠা:লাইটু বা লাওফলা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১1/০

ওচৰত গ্রন্থ- কৰে | এতিয়া যেন লৰ শুভ দৃষ্টির sg

এই পুধি ছপোৱাৰ পৰা, ২৯ বছৰৰ ভিতৰত আহোম ভাষাৰ বিষয়ে মাননীয় শ্ৰীযুত কর্ণেল, পি, আব, টি গৰ্ডন ভূত-পুর্ব রুমিচনাব আৰু Sas এ আব. কানিংহাম ডাইৰেক্টৰ চাহাব বাহাদুৰৰ উদ্ভ্যোগত আহোম ভাষাৰ a” এখনি ছপা হৈ ওলাল | অভিধান খনিক “অপমীরা-মাহোম-ইংবাজী-অভিধান” নাম দিয়া হৈছে | এই গ্রস্থকর্তীই অভিধানখনি যুগুত কবে আৰু তাৰ বাবে ১০** এহেজাৰ টকা বটা পায় । ইয়াৰ পাচত মাননীয় Sas জে আবৰ, কনিংহাম চাহাব বাহাছুৰৰ উদ্ভোগত cnet cities পৰা ইংৰাজৰ ৰাজত্বৰ আৰম্ভলৈকে” আহোম ভাষাৰ বুৰঞ্জী এখনি ‘আহোম আৰু ইংৰাজী” ভাষাত ছপা হৈ ওলাইছে | এই কামৰ