সমললৈ যাওক

পৃষ্ঠা:লাইটু বা লাওফলা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ve

কা এই শব্দটোৰে কাউৰী, কঠীয়া, বেপাৰ কৰা, ভাবথুউৱা, হৈ দি ১৩টা অৰ্থ আছে | যদিও আগেয়ে অর্থ অনুসাৰে

চ্চাবণু বেলেগ বেলেগ আছিল এতিয়া সেই সেই উচ্চাৰণ কৰি অর্থ কৰোতা মানুহ পাবলৈ নাই) এঃ কাৰণে বৰ্ত্তমান সময়ত আহোম ofa অর্থ সহজে কৰিব নোৱাৰি 1 যদিও আহোম জাতিৰ সম্পূর্ণ বেলেগ ভাষা৷ আৰু বেলেগ আখৰ আছিল, তথাপি তেওঁবিলাকৰ ভাষা লাহে লাহে লোপ পাই আহিল | ৫৯২ বছৰ ৰাজ্য কৰাতো আহেম ভাবাই অসমীয়া ভাবাত নিচেই কম ঠাই পালে | ইমান দীর্ঘকাল ৰাজ্য কৰিও যে আহোনবিলাকে তে

{কৰ ভাবা তলতীয়া প্রজাবোৰক শিকাব নোৱাৰি নিজ ভাবা এবি তলতীয়া ভাবা জলে আৰু লাহে লাহে নিজ ame এৰিলে, এই কথা ভাবলে আচৰিত হব লাগে । ইয়াৰ কাৰণ s— (১) আহোম মানুহৰ সংখ্যা কম আছিল, (২) বি বিলাক ‘টাই’ (আহোম ) অধম দেশলৈ আহিল, তেইাবিলাকৰ লগত মাইকীৰ সংখ্যা নিচেই কম থকাত তেওঁ-