এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ne
আক বৰপীত্রগোহ
বাঁহিনে অইন কোন লিখা পঢ়া বিষয়ে আহোম নাছিল | caf
হইল তেতিয়াৰ পৰাহে লাহে লাহে পঢ়া শুনাৰ চচ্চা। হবলৈ ধৰিলে |
যদিও আহোম জাতিৰ ভিতৰত লিখা পঢ়াৰ bei নাছিল, তথাপি তেওঁবিলাকৰ পুৰোহিত, Heats, মোহন, বাইলুঙ, এই তিনি খেলৰ বৰুৱা, ফুকন কেই জনে আহোম ভাষা ভালকৈ জানিব লগা বাব আছিল | আহোম aml বাহিৰে প্রায়ে সকলো পুথিয়েই পদ্ধ চন্দনত লিখা কিন্তু পুথি খনে পতি মতাৰ, স্থৰ বেলেগ আছে i কুকুৰা ঠেং পঢ়োতে দীঘল স্নবেৰে ( প্রায়ে অস- মীরা বিহু নামৰ waa দৰে) মাতিব লাগে | aise. কুকুৰা ঠেঙতকৈ অপল চুটি জুবেদে পঢ়ে। এই দুখন পুণিৰে মঙ্গল চার | বান্ চেঙেৰে সাধাৰণ মঙ্গল চার' কিন্তু কুকুৰা ঠেঙৰ মঙ্গল, যুদ্ধ বিগ্রহাদি ডাঙৰ ৰাজকীয় কামত কুকুৰা মাহি কুকুৰাৰ ঠেঙেৰে দেও কৰি চার |