এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
“অসম” বুলিলে |
"অসম দেশত চুকাফা বজাৰে পবা যোগেশ্বৰ সিংহলৈকে on জনা আহোম ৰজা হৈছিল ॥ এই ৩৯ জনা বজাৰ Ate কাল ইংৰাজী ১২২৯ শক্ৰ পৰা ১৮২১ শকলৈ অর্থাৎ ৫৯২ বছৰ ।
এই ৩৯ জনা আহোম ৰজাৰ ভিতৰত 5 ee মুঙ a ডিহিঙীয়া ৰজা, চক্ৰধ্বজ আৰু কদ্ৰসিংহ বৰ পৰাক্রদী আছিল ৷ Betas. ৰজাৰ দিনতে আহোম ৰাজ্যৰ বিস্তাৰ হয়। এই জনা! ৰজায়ে pba. কচাৰি আৰু দ্লাতিকোবৰীয়া ৰজাবোৰক যুদত হৰুৱাই বশ কৰে; আৰু কেবা জনে! Aw সেনাপতিক ৰণত হৰুৱাই মছলমানৰ হাতৰ পবা দেশ ৰাখে |
চক্রধব্গ সিংহই, মছলমান সেনাপতি মিৰ: জুনলাই জয়ধ্বজ সিংহৰ দিনত অসম দেশৰ যি যি অংশ লৈছিল, সেই সেই অংশ পুনৰ উদ্ধাৰ কৰিলে, আৰু মছলমান সেনাক কাটি মাৰি দেশৰ বাহিৰ কবি দি কৰতোৱালৈকে অসমৰ সীমা কৰিবে ।
satay সিংহৰ দিনত হিন্দু গোসাই মহস্ত-